• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনৰ শিথিলতাৰ মাজতে আজি কাৰ্যালয়লৈ উভতিল একাংশ চৰকাৰী কৰ্মচাৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 21, 2020 12:47 pm
WhatsApp Image 2020-04-21 at 12.02.47 PM

মঙলবাৰে জনতা ভৱনৰ সন্মুখভাগ। ফটো: নৰ্থইষ্ট নাও

10.6k
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা কিছু পৰিমানে শিথিল কৰি দিয়া লকডাউনৰ মাজতে ৰাজ্যত চৰকাৰী কাৰ্যালয়লৈ উভতিল বিষয়া-কৰ্মচাৰী।

লকডাউনৰ মাজতে আজিৰে পৰা চৰকাৰী কাৰ্যালয়লৈ আহিবলৈ নির্দেশ দিয়া হৈছিল বিষয়া কৰ্মচাৰীসকলক।

সেই অনুসৰি পুৱাৰ পৰা ৰাজ্যিক সচিবালয়লৈ আহিল এতকাংশ বিষয়া-কৰ্মচাৰী।

নিৰ্দেশনা অনুসৰি, আজিৰে পৰা ৩৩ শতাংশ কৰ্মচাৰীৰে চলিব অসম সচিবালয়।

সেইদৰে ৰাজ্য চৰকাৰৰ সকলো বিভাগৰে কাৰ্য্যালয়সমূহ আজিৰে পৰা মুকলি হৈছে যদিও সামাজিক দূৰত্ব মানি সীমিত সংখ্যক কৰ্মচাৰীৰে কাৰ্য্যালয় চলোৱাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে।

আজি সচিবালয়ৰ সন্মুখত বিষয়া কৰ্মচাৰীক হেণ্ড ৱাছেৰে হাত ধোওৱাৰ লগতে ছেনিটাইজাৰ ব্যৱহাৰ কৰিহে প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। ইয়াৰ লগতে প্ৰত্যেক গৰাকী বিষয়া-কৰ্মচাৰীয়ে মাস্ক পৰিধান কৰি সচিবালয়ত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গ’ল।

ইপিনে জৰুৰীকালীন বাহন সমূহক বাদ দি লকডাউন ভংগ কৰি ওলাই অহা যান-বাহনৰ বিৰুদ্ধে আজিৰ দিনটোতো কঠোৰ হোৱা দেখা গ’ল আৰক্ষীক।

আজিৰ দিনটোতো লকডাউনৰ নিয়ম নামানি বিভিন্ন আজুহাতৰে ওলাই অহা বহু লোকৰ বাহন জব্দ কৰে দিছপুৰ আৰক্ষীয়ে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd