• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজধানী এক্সপ্ৰেছৰ আৰ্হিত বিদ্যালয়: কৃষ্ণাই আশুডুবি প্ৰাথমিক বিদ্যালয়ে আকৰ্ষিত কৰিছে শৈক্ষিক মহলক

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
December 25, 2021 9:38 am
index

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ মাটিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত কৃষ্ণাই আশুডুবি প্ৰাথমিক বিদ্যালয়খন সম্প্ৰতি শৈক্ষিক মহলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ এই আকৰ্ষণৰ মূলতে হৈছে বিদ্যালয়খনৰ দৃষ্টিনন্দন সাজসজ্জা ৷ 

ৰাজধানী এক্সপ্ৰেছ ৰে’লগাড়ীৰ আৰ্হিত সজোৱা গোৱালপাৰাৰ এই চৰকাৰী বিদ্যালয়খন এতিয়া সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷

শেহতীয়াকৈ চ’চিয়েল মিডিয়াতো চৰ্চিত হৈছে বিদ্যালয়খন ৷ এই সাজসজ্জা পিছে কোনো চৰকাৰী পৃষ্ঠপোষকতাত হৈ উঠা নাই। বিদ্যালয়খনৰ প্ৰধান শিক্ষক গৰাকীৰ নিজা প্ৰচেষ্টাতহে এনে ৰূপ লাভ কৰিছে বিদ্যালয়খনে ৷ প্ৰধান শিক্ষক গৰাকীয়ে সম্পূৰ্ণ নিজা খৰচেৰে সজাই তুলিছে বিদ্যালয়খন ৷

Apply Now

Also Read: সাহিত্য একাডেমী বঁটাপ্ৰাপক সংস্কৃত পণ্ডিত প্ৰভাত চন্দ্ৰ শৰ্মাৰ পৰলোকপ্ৰাপ্তি

১৯৫০ চনত স্থাপিত কৃষ্ণাইৰ আশুডুবি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক নাথে ব্যক্তিগত প্ৰচেষ্টাত ৰাজধানী এক্সপ্ৰেছ ৰে’লগাড়ীৰ আৰ্হিত সজাই তুলিছে বিদ্যালয় গৃহ তথা শ্ৰেণীকোঠা সমুহ ৷

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰী সকলক চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে এই প্ৰচেষ্টা প্ৰধান শিক্ষকগৰাকীৰ ৷

যি সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি অভিভাৱক তথা ছাত্ৰ-ছাত্ৰী সকল আকৃষ্ট হৈছে, তেনে সময়তে উক্ত চৰকাৰী বিদ্যালয়ৰ আটকধুনীয়া ৰূপে মোহিত কৰিছে শৈক্ষিক মহলৰ লগতে সৰ্বসাধাৰণ লোকক ৷

index1
ফটো: নৰ্থইষ্ট নাও।

শিক্ষক গৰাকীৰ এই প্ৰচেষ্টাই বাস্তৱ ৰূপো লাভ কৰা পথত ৷ কাৰণ বহু ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগত খণ্ডৰ বিদ্যালয় এৰি চৰকাৰী এই প্ৰাথমিক বিদ্যালয়খনলৈ ঢাপলি মেলাৰ  বাবে উৎসুকতা প্ৰকাশ কৰিছে ৷

ইফালে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলেও ব্যক্তিগত বিদ্যালয়ৰ দৰে ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰি আহিছে শিক্ষা ৷ গুণগত শিক্ষাৰ মান উন্নত কৰাৰ উপৰি প্ৰদান কৰিছে নৈতিকতাৰ শিক্ষাও ৷

Also Read:কৰ ফাঁকি: সুগন্ধি দ্ৰব্যৰ ব্যৱসায়ীৰ ঘৰত টকাৰ পাহাৰ; জব্দ নগদ ১৭৭কোটি টকা

শেহতীয়াকৈ বিদ্যালয়খন আৰু অধিক সুন্দৰ ৰূপত সজোৱাৰ বাবে বহু পৰিকল্পনা গ্ৰহণ কৰিছে বিদ্যালয় খনৰ প্ৰধান শিক্ষক অশোক নাথ তথা সহকাৰী শিক্ষক বৰ্গই।

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

অসম-নাগালেণ্ডৰ বানপীড়িতৰ কাষত গিৰিজানন্দ চৌধুৰী ‎বিশ্ববিদ্যালয়, চাৰিদিনীয়া সাহায্য অভিযান

August 6, 2026 7:14 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণত কিমান টকা খৰচ হৈছে? চৰকাৰে প্ৰকাশ কৰিলে তথ্য

August 6, 2026 6:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

ৰণবীৰৰ আগতে ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰিছিল ছলমানে, ‘সীতা’ৰ চৰিত্ৰত সোণালী; কিয় মুক্তি নাপালে ‘ৰামায়ণ’?

August 6, 2026 8:57 pm
“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

“কোনে ঘূৰাই দিব জীৱনৰ ২২ টা বছৰ?” তিনিটা হত্যাৰ অভিযুক্তক কাৰামুক্তৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

August 6, 2026 8:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd