• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰিক্সাচালকৰ মহানুভৱতা : নিজৰ জমা ধনেৰে চাউল-দাইল বিতৰণ কৰিলে ১৬০ টা পৰিয়ালক

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2020 3:53 pm
98209edc2191cf36b05ea675404f7345
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংকটৰ সময়ত যদি আপোনাৰ কাৰোবাক সহায় কৰাৰ অদম্য হেপাহ আৰু ইচ্ছাশক্তি থাকে তেন্তে উপাৰ্জন আৰু অৰ্থ কেতিয়াও বাধা হ’ব নোৱাৰে। এই কথা প্ৰমাণ কৰিছে দৈনিক ২০০ টকা উপাৰ্জন কৰা ত্ৰিপুৰাৰ গৌতম দাস নামৰ এজন লোকে।

পেচাত এজন ৰিক্সা চালক ৫১ বছৰীয়া দাসে নিজৰ ১০ হাজাৰ টকাৰ জমাৰ পৰা ৮ হাজাৰ টকা খৰচ কৰিছে দুখীয়া লোকৰ বাবে।

Apply Now

দাসে লকডাউনৰ বাবে খাদ্য সংকটত ভোগা দুখীয়া পৰিয়ালক নিজৰ জমা ধনৰ পৰা চাউল-দাইল ক্ৰয় কৰি বিতৰণ কৰা কাৰ্যই দৰিদ্ৰৰ হৃদয় জিনিছে।

উল্লেখ্য যে, বৰ্তমান তেওঁ ৰাজধানী আগৰতলাৰ সমীপৱৰ্তী সাধুতিলা গাঁৱত অকলেই বাস কৰে। কিছু বছৰ পূৰ্বে দাসে হেৰুৱাইছিল নিজৰ পত্নীক। সন্তানো তেওঁৰ সৈতে নাথাকে।

প্ৰধান মন্ত্ৰী মোদীয়ে দেশজুৰি ২১ দিনীয়া লকডাউন ঘোষণা কৰাৰ পিছতেই সাধাৰণ লোকৰ দৰে দাসেও চিন্তিত হৈ পৰিছিল। এই সময়ত দুখীয়া আৰু দিন হাজিৰা কৰা পৰিয়াল সমূহ বিপদত পৰাৰ কথা চিন্তা কৰি দাসে নিজৰ সাধ্যানুসাৰে এই সকল লোকক সহায় কৰাৰ কথা চিন্তা কৰে।

‍‘লকডাউন ঘোষণা কৰাৰ পিছতেই মই চিন্তিত হৈ পৰিছিলো। লকডাউনৰ পূৰ্বে মোৰ দৈনিক ২০০ টকাকৈ উপাৰ্জন হৈছিল। মোৰ ক্ষুদ্ৰ উপাৰ্জনৰ পৰা ১০ হাজাৰ টকা জমা কৰিবলৈ সক্ষম হৈছিলো। লকডাউনৰ সময়ত কেনেদৰে চলিম সেয়া ভাবিছিলো, সমান্তৰালকৈ ভাবিছিলো মোৰ দৰে দুখীয়া পৰিয়াল আৰু দিন হাজিৰা কৰা লোকৰ কথা। তেতিয়া মই এই লোকসকলক মোৰ সাধ্যানুসাৰে সহায় কৰাৰ কথা চিন্তা কৰিলো’, দাসে এইদৰে কয়।

ইয়াৰ পিছতে দাসে নিজৰ জমা ধনৰ পৰা চাউল-দাইল ক্ৰয় কৰি পেকেটত ভৰাই নিজৰ ৰিক্সাৰ সহায়ত দুখীয়া লোকসকলৰ মাজত এই সমূহ খাদ্য সামগ্ৰী বিতৰণ কৰে।

দাসে জনোৱা মতে তেওঁ ১৬০টা এনে পৰিয়ালক সহায় আগবঢ়াইছে।

‍‘মোৰ দৰে লোকক সহায় কৰিবলৈ বৰ্তমানলৈকে মই চাউল-দাইল ক্ৰয় কৰোতে ৮ হাজাৰ টকা খৰচ হৈছে। লকডাউনৰ বাবে এই লোকসকলে খাদ্য সামগ্ৰী আহৰণ কৰাত যথেষ্ট কষ্ট হৈছে। যদি লকডাউনৰ সময়সীমা বৃদ্ধি হয় তেন্তে মই এই কাৰ্যসূচী চলাই যোৱাৰ চিন্তা-চৰ্চা কৰিছো‍’, দাসে এই কথা জানিবলৈ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd