• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘তেতিয়া মই ঐশ্বৰ্যক ধৰ্ষণ কৰাৰ সুযোগ পালোহেঁতেন…’, অভিনেতাৰ বিতৰ্কিত মন্তব্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2023 4:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভাৱনীয় বিতৰ্ক! কাৰণ? তামিল অভিনেতা ৰাধা ৰবিয়ে বিশ্ব সুন্দৰী তথা অভিনেত্ৰী ঐশ্বৰ্য ৰায়ক লৈ এনে এটা নিৰ্লজ্জ মন্তব্য কৰিলে, যিটোৱে সকলোকে স্তম্ভিত কৰি তুলিছে।

ঐশ্বৰ্য ৰায় বিগত কিছু দিনৰ পৰা চৰ্চাত আছে। অভিনেত্ৰীগৰাকী আৰু তেওঁৰ  শহুৰেকৰ পৰিয়ালৰ মাজৰ সম্পৰ্ক জটিল হৈয়েই আছে। দিনে দিনে ইজনে সিজনৰ পৰা দূৰত্ব বৃদ্ধি কৰিছে।

তাৰ মাজতে নতুন এক বিতৰ্কৰ সৃষ্টি কৰিছে তামিল অভিনেতা ৰাধা ৰবিয়ে।  যিসকলে তথাকথিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰে, তেওঁলোকে কিন্তু বহুতো ভিন্ন ভূমিকাত অভিনয় কৰে। বিশেষকৈ নায়িকাৰ সৈতে বিভিন্ন দৃশ্যৰ শ্বুটিং কৰিব লগা হয়।

Apply Now

লগতে পঢ়কঃ চাঞ্চল্য! শিক্ষকে দিয়া উঠা-বহা শাস্তিয়ে প্ৰাণ ল’লে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ

এনে পৰিপ্ৰেক্ষিতত অভিনেতা ৰাধা ৰবিয়ে এটা ভিডিঅ’ত মুকলিকৈ তেওঁৰ মাতৃভাষাত কেইটামান কথা কৈছে। কণ্ঠশিল্পী চিন্ময়ী শ্ৰীপাদাই ছচিয়েল মিডিয়াৰ জৰিয়তে সেই বাৰ্তা দেশবাসীলৈ প্ৰেৰণ কৰিছে। তেওঁ নিজেই সেই মন্তব্য ইংৰাজীলৈ অনুবাদ কৰিছে.. অভিনেতাজনে কয়…

‘’তেতিয়া যদি হিন্দী জানিলোহেঁতেন তেতিয়াহ’লে ঐশ্বৰ্যক ধৰ্ষণ কৰাৰ সুযোগ পালোহেঁতেন। অৰ্থাৎ মই ক’ব খুজিছোঁ যে মোক এনে এটা চৰিত্ৰত অভিনয় কৰাৰ সুযোগ দিয়া হ’লহেঁতেন। তেতিয়াহ’লে, এই তামিল চিনেমাৰ ঠেৰুহীনবোৰৰ সৈতে মই কিয় অভিনয় কৰিলোহেঁতেন?’’

লগতে পঢ়কঃ৩২ টা নহয়, আছে ৩৮ টা দাঁত! গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ অধিকাৰী হ’ল ভাৰতীয় মহিলা

আৰু কণ্ঠশিল্পীগৰাকীয়ে এই ঘটনাটো লক্ষ্য কৰে। অভিনেত্ৰীগৰাকীয়ে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, ‘’এই ভিডিঅ’টো চালে বুজিব যে তামিল মানুহজনে বৰকৈ হাঁহিছে, বিষয়টো যেন বৰ আমোদজনক। এই মানুহজন তামিল চিনেমাৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি। তথাপিও তেওঁ কেনেদৰে ঐশ্বৰ্য ৰায়ৰ ধৰ্ষণ কাণ্ড সম্পৰ্কীয় মন্তব্য কৰিলে? কিয় এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই? ভাবিলে আচৰিত লাগে।‘’

"I have once said that if I had known Hindi, I would have had the opportunity to rape Aishwarya Rai. What I meant was I would have acted in Bollywood. Why the hell should I then act with these saniyans (idots/sinners in Tamil)." – Radha Ravi

Here in this video in Tamil where you… pic.twitter.com/j9qLQwdRA7

— Chinmayi Sripaada (@Chinmayi) November 21, 2023

ৰাজহুৱা স্থানত কোনো তাৰকাৰ কথা, বিশেষকৈ এগৰাকী মহিলাক লৈ এনে কথা! কিয়? কিহৰ বাবে? তাৰপিছতো তেওঁ কিয় শাস্তি নাপাব? কণ্ঠশিল্পীগৰাকীয়ে সৰৱ হৈ পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd