• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নগাঁও আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত উন্মোচন ‘প্ৰসংগ সংগীত’

NE NOW NEWS মিণ্টু দাস
নগাঁও , September 19, 2018 11:35 am

1 min read

7a99b265-6c6a-466a-987a-5b6cfe3f5932
277
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ ন্যায়িক আদালতৰ প্ৰেক্ষাগৃহত জিলা আইন সেৱা প্ৰাধিকাৰীয়ে মঙলবাৰে এটি ‘প্ৰংসগ সংগীত’ৰ শুভ উন্মোচনী কৰে। উক্ত উন্মোচনী সভাত জিলা ও সত্র ন্যায়াধীশ ৰীতা ক’ৰে বন্তি প্ৰজ্বলন কৰাৰ পাছতে ‘প্ৰসংগ সংগীত’টিৰ  উন্মোচন কৰা হয়।

উক্ত উন্মোচনী সভাৰ আদৰণী ভাষণত জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিৱ প্ৰণিতা মৰাঙে কয় যে সংগীতে সকলোৰে মনত সহজতে সাঁচ বহুৱায়। সংগীতৰ মাধ্যমেৰে কৰা প্ৰচাৰ সদায়ে ফলপ্ৰসু হয় আৰু জনজাগৰণ সৃষ্টিৰ সংগীতেই হৈছে উত্তম মাধ্যম।

নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী উপস্থিত থকা অনুষ্ঠানটোত প্ৰণিতা মৰাঙে লগতে কয় যে এই কথাৰ লগত সংগতি ৰাখিয়েই জিলা আইন সেৱা প্ৰাধিকাৰীয়ে ‘প্ৰসংগ সংগীত’টিৰ জৰিয়তে প্ৰচাৰ কাৰ্য আৰু সচেতনতা অব্যাহত ৰাখিব।

কালি উন্মোচিত হোৱা সংগীতটোৰ কথা নগাঁৱৰ অধিবক্তা শ্বাহনাজ চুলতানাৰ। দিব্যাৰানী হাজৰিকা, কিৰণ দাসে সুৰ দিয়া প্ৰসংগ সংগীতটি পৰিৱেশন কৰে দন্দধৰ হাজৰিকা, শ্বাহনাজ চুলতানা, ৰূপালী গোস্বামী, চয়নিকা দেৱী, দিব্যাৰানী হাজৰিকা, দিব্যপ্ৰসাদ বৰা, অভিজিৎ ৰঞ্জন হাজৰিকা আদিয়ে।

প্ৰসংগ সংগীত টিৰ জৰিয়তে জিলা আইন প্ৰাধিকাৰীয়ে ‘ন্যায় সকলোৰে বাবে’ সুনিশ্চিত কৰাৰ আশ্বাস প্ৰদান কৰে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd