DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 18, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অন্ধ্ৰপ্ৰদেশত ভীমৰাও আম্বেদকাৰৰ প্ৰতিমুৰ্তিত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 13, 2020 6:21 pm
অন্ধ্ৰপ্ৰদেশত ভীমৰাও আম্বেদকাৰৰ প্ৰতিমুৰ্তিত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ

উৎস- ইণ্টাৰনেট

172
VIEWS
Share on FacebookShare on Twitter

অন্ধ্ৰপ্ৰদেশত ড০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমুৰ্তি অচিনাক্ত দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

মঙলবাৰে অন্ধ্ৰপ্ৰদেশৰ পূৱ গোদাৱৰী জিলাৰ কাটৰেনিপাড়ুত থকা ভাৰতীয় সংবিধান প্ৰণেতা সকলৰ অন্যতম ভীমৰাও আম্বেদকাৰৰ প্ৰতিমুৰ্তিটো কোনো অচিনাক্ত দুৰ্বৃত্তই লণ্ড-ভণ্ড কৰে।

এই ঘটনাৰ পাছতে পূৱ গোদাৱৰী জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় তেওঁলোকে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰে আৰু তদন্ত অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, বিগত জুলাই মাহতে মুম্বাইত থকা ভীমৰাও আম্বেদকাৰৰ গৃহত অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ সংঘটিত কৰিছিল।

আনহাতে, অন্ধ্ৰপ্ৰদেশত ভীমৰাও আম্বেদকাৰৰ প্ৰতিমুৰ্তি লণ্ড-ভণ্ড কৰা কাৰ্য্যক সাধাৰণ নাগৰিকে তীব্ৰ গৰিহনা দি শীঘ্ৰে দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে আহ্বান জনায়।

Recent News

Shahi Idgah mosque

মছজিদ নে মন্দিৰ! এইবাৰ মথুৰাৰ শ্বাহি ইদগাহ মছজিদত নামাজ বন্ধ কৰাবলৈ আবেদন

Darrang Police announce Rs 2 lakh reward

জীৱিত গঁড়ৰ খৰ্গ কাটি নিয়া চোৰাংচিকাৰীৰ সন্ধান দিওঁতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা দৰং আৰক্ষীৰ

Jasprit Bumrah

টি-২০ ক্ৰিকেটত আন এক ঈৰ্ষণীয় সাফল্য বুমৰাহৰ: এই সাফল্য লভা প্ৰথমগৰাকী ভাৰতীয় বেগী বলাৰত পৰিণত

Teacher molest minor student

খাৰুপেটীয়াত নাবালিকা ছাত্ৰীক উৎপীড়নৰ অভিযোগত বিদ্যালয়ৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd