• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৮২ ফুট দৈৰ্ঘ আৰু ওজন ১লাখ কিলোগ্ৰাম; কেমেৰাত বন্দী বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰাণী!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 6, 2020 2:20 pm
WhatsApp Image 2020-09-06 at 12.53.38 PM
710
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়াৰ ছিডনি চহৰৰ সাগৰৰ পাৰৰ সমীপত কেমেৰাত বন্দী হ’ল বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰাণী।

বাতৰি অনুসৰি, এই বৃহৎ প্ৰাণীটোৰ দৈৰ্ঘ ৮২ ফুট আৰু ইয়াৰ ওজন প্ৰায় ১ লাখ কিলোগ্ৰাম হ’ব বুলি কোৱা হৈছে।

ডেইলী ষ্টাৰৰ বাতৰি অনুসৰি, বিশ্বৰ আটাইতকৈ বৃহৎ প্ৰাণীটোৰ নাম ব্লু হোৱেল (নীলা তিমি)। এই  ফুটেজ অত্যন্ত বিৰল বুলি কোৱা হৈছে।

কেমেৰাত বন্দী হোৱা এই ছবি @seansperception ইনষ্টাগ্ৰাম নামত এগৰাকী য়ুজাৰে যোৱা ১৮ আগষ্টত আপলোড কৰিছিল যদিও ইয়াৰ ভিডিঅ’ এতিয়াহে দ্ৰুতভাৱে ভাইৰেল হৈ পৰিছে।

ব্লু হোৱেল ভূপৃষ্ঠত কমেই দেখা পোৱা যায় আৰু ইয়াক দেখিবলৈ পোৱাটো একেবাৰে দুৰ্লভ বুলি গণ্য কৰা হয়।

ব্লু হোৱেলৰ এই ভিডিঅ’টো আকাশ মাৰ্গৰ পৰা গ্ৰহণ ৰেকৰ্ড কৰা হৈছিল।

বুল্ হোৱেল সাগৰৰ পাৰৰ বহু দূৰত থাকে আৰু ইয়াৰ সংখ্যা বহুত বৃহৎ অঞ্চলজুৰি বিয়পি থাকে। তদুপৰি, ইয়াৰ প্ৰব্ৰজন তথা থকা স্থানৰ বিষয়ে বহুত কম তথ্যহে পোৱা যায়।

ব্লু হোৱেলে প্ৰতিদিনে ৩৬ হাজাৰ কিলোগ্ৰাম পৰ্যন্ত খাদ্য খায় আৰু তেওঁলোকৰ খাদ্য ভিতৰত অধিক মাছেই থাকে।

তথ্য অনুসৰি, ব্লু হোৱেলৰ জিভাখন এটা হাতীৰ সমান আৰু ইয়াৰ কলিজাটো এখন কাৰৰ সমান।

Recent News

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে বুমৰাহৰ আধিপত্যৰ পিছত ভাৰতৰ হৈ যুঁজত ৰাহুল-পন্ত যুটী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd