• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত তিনিজন সাহিত্যিকৰ স্মৃতিত ‘চাহ জনগোষ্ঠী গ্ৰন্থ মেলা’ৰ আয়োজন

উত্তম শইকীয়া by উত্তম শইকীয়া
September 30, 2018 9:49 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ উদ্যোগত অসম প্ৰকাশন পৰিষদ আৰু অসম চাহ জনজাতি সাহিত্য সভাৰ সহযোগত বোকাখাতত ‘চাহ জনগোষ্ঠী গ্ৰন্থ মেলা’ অনুষ্ঠিত কৰাৰ বাবে এক পৰিকল্পনা হাতত লৈছে ৷

চলিত বৰ্ষৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব লগা এই অনুষ্ঠানৰ বাবে শনিবাৰ অৰ্থাৎ ২৯ ছেপ্টেম্বৰত বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাগৃহত এক ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷

Apply Now

এই ৰাজহুৱা সভাত অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী পল্লৱ লোচন দাস, গোলাঘাটৰ উপায়ুক্ত গৌৰৱ বোথ্ৰা, মহকুমাধিপতি বিবেক শ্যাম,  চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ সঞ্চালকালয়ৰ সঞ্চালক পলাশ ৰঞ্জন ঘৰফলীয়া, প্ৰকাশন পৰিষদৰ সচিব   প্ৰমোদ কলিতা, প্ৰকাশ আৰু মুকুতাৰ সম্পাদক  মিহিৰ দেউৰী , চাহ জনগোষ্ঠী সাহিত্য সভা  সভানেত্ৰী মনোমতী কুৰ্মী , সম্পাদক  মনিষ ঠাকুৰ , মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াৰ উপৰিও বোকাখাত মহকুমাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীও উপস্থিত থাকে ৷

অনুষ্ঠানত মন্ত্ৰী পল্লৱ লোচন দাসে শিক্ষাৰ ক্ষেত্ৰত পিচপৰা চাহ জনগোষ্ঠীক কিতাপৰ সৈতে পৰিচয় কৰাই দিয়াৰ এক ইতিবাচক চিন্তাৰে এই গ্ৰন্থ মেলাৰ পৰিকল্পনা কৰা হৈছে বুলি মন্তব্য কৰে ৷

লগতে এই গ্ৰন্থ মেলা চাহ জনজাতিৰ তিনিজন সাহিত্যিক ক্ৰমে মেঘনাথ কৰ্মকাৰ, দেউৰাম তাচা আৰু নাৰায়ন ঘাটোৱাৰৰ স্মৃতিত কৰা হ’ব বুলিও তেওঁ ঘোষণা কৰে ৷

মন্ত্ৰী গৰাকীয়ে গ্ৰন্থমেলাখনৰ বাবে বোকাখাতৰ গড়মূৰ খেলপথাৰক স্থান হিচাপে নিৰ্বাচন কৰি ইতিমধ্যে এক প্ৰাথমিক পৰিকল্পনা কৰা হৈছে বুলি জানিবলৈ দিয়ে।

তাৰোপৰি মন্ত্ৰী পল্লৱ লোচন দাসে আগন্তুক দিনত গ্ৰন্থ মেলাখন অনুস্থিত কৰাৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ আৰু সহযোগিতা বিচাৰে।

আনহাতে কালিৰ সভাত উপস্থিত বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিয়ে বোকাখাতত এই চাহ জনগোষ্ঠী গ্ৰন্থ মেলা আয়োজন কৰাৰ বাবে আদৰণী জনোৱাৰ লগতে বিভিন্ন দিহা পৰামৰ্শও আগবঢ়ায়।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd