• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ পূৰ্বাঞ্চলৰ অৰণ্যত ৬ টা নতুন প্ৰজাতিৰ সৰীসৃপ আৱিষ্কাৰ

by
December 10, 2018 3:29 pm
Cyrtodactylus-Guwahatiensis-750x375
362
VIEWS
Share on FacebookShare on Twitter

জৈৱ-বৈচিত্ৰ্যৰে সম্পদশালী উত্তৰ পূৰ্বাঞ্চলৰ অৰণ্যত অলপতে আৱিষ্কাৰ হৈছে গুঁই পৰিয়ালৰ ৬টা  নতুন প্ৰজাতিৰ সৰীসৃপ।  চিৰট’ডাকটিলাছ  (Cyrtodactylus) জেনাছৰ অন্তৰ্গত এই প্ৰজাতিসমূহ গুঁই জেনাছৰ আটাইতকৈ অধিক প্ৰজাতি থকা জেনাছ। সমগ্ৰ বিশ্বতে ইয়াৰে ২৫০টা প্ৰজাতি আছে বুলি জুটাক্সা আলোচনীত প্ৰকাশ পাইছে। বেঁকা আঙুলি থকা থকা বাবে এই গুঁইক বেঁকা আঙুলীয়া গুঁই বোলা হয়।

এই নতুনকৈ আৱিষ্কৃত ৬টা গুঁইৰ প্ৰজাতিৰ বিৱৰণ নিউজিলেণ্ডৰ পৰা প্ৰকাশিত জীৱৰ নামকৰণৰৰ জুটাক্সা আলোচনীত অলপতে প্ৰকাশিত হৈছে।

গৱেষক দলটোৰ মুখপাত্ৰ ঈশান অগ্ৰৱালে জনোৱা মতে গৱেষক দলটোত আছে নেছাৰেল হিষ্টৰি মিউজিয়াম, লণ্ডনৰ বৰাদ বি গিৰি, আৰ চৈতন্য,  ষ্টিফেন মেহনি। এই গৱষকসকল গুঁই জেনাছৰ বিষয়ত সমগ্ৰ বিশ্বতে কৰ্তৃত্ব থকা বিশেষজ্ঞ। তাৰোপৰি আছে আমেৰিকাৰ ভিলান’ভা য়ুনিভাৰছিটিৰ আৰন বৌৰ।

গৱেষক দলটোৰ মুখপাত্ৰ ঈশান অগ্ৰৱালে জনাইছে যে উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ আৱিষ্কৃত প্ৰজাতি এটাৰ নাম অসমৰ ৰাজধানী গুৱাহাটীৰ নামেৰে চিৰট’ডাকটিলাছ গুৱাহাটিয়েনছিছ (Cyrtodactylus Guwahatiensis) অৰ্থাৎ গুৱাহাটী বেঁকা আঙুলীয়া গুঁই। ইয়াৰ ফলত দিল্লী, বাংগালুৰু, মুম্বাইৰ পাছত গুৱাহাটী হ’ল সৰীসৃপক নামাংকিক পঞ্চমখন মহানগৰ। আন এটা নামকৰণ কৰা হৈছে নাগালেণ্ডৰ নামত চিৰট’ডাকটিলাছ নাগালেণ্ডেনছিছ ( Cyrtodactylus Nagalandensis) আৰু আন এটা নামকৰণ কৰা হৈছে কাজিৰঙাৰ নামত চিৰট’ডাকটিলাছ কাজিৰাংগায়েনছিছ ( Cyrtodactylus Kazirangaensis)। আটাইতকৈ ডাঙৰ প্ৰজাতিৰ বেঁকা আঙুলীয়া গুঁইবিধৰ নাম মেঘালয়ৰ জয়ন্তীয়া পাহাৰৰ নামত চিৰট’ডাকটিলাছ জয়ন্তীয়ায়েনছিছ (Cyrtodactylus Jaintiaensis)। আন দুটা প্ৰজাতিৰ নাম ত্ৰিপুৰাৰ জামপুই পাহাৰৰ নামত চিৰট’ডাকটিলাছ মণ্টানাছ (Cyrtodactylus Montanus) আৰু আনটো প্ৰজাতিক অভয়াপুৰী বেঁকা আঙুলীয়া গুঁই অৰ্থাৎ চিৰট’ডাকটিলাছ ছেপ্টনট্ৰায়নেলিছিছ (Cyrtodactylus Septentrionalis)।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd