DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

পাৰ্কলৈ টানি নি কিশোৰীক যৌন নিৰ্যাতন কৰি বিবস্ত্ৰা অৱস্থাত ফ’টো তুলি গ্ৰেপ্তাৰ হ’ল এজন মাতাল ব্যক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 25, 2020 6:43 pm
index.jpgmmm

প্ৰতিকী ছবি

455
VIEWS
Share on FacebookShare on Twitter

ৰাজধানী দিল্লীৰ ৰাজৌৰি পাৰ্কত এগৰাকী ১২ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে এজন ৪২ বছৰীয়া ব্যক্তি।

আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি কিশোৰী গৰাকীয়ে ৮ বছৰীয়া ভাতৃৰ সৈতে ৰাজৌৰিৰ পাৰ্কৰ বাছ ষ্টপেজত এটা ডেলিভাৰী সংগ্ৰহ কৰিবলৈ ৰৈ আছিল।

তেনেতে নীৰজ কৌহলী নামৰ লোকজনে কিশোৰী গৰাকীৰ ভাতৃক পাৰ্কৰ ভিতৰলৈ টানি নিয়ে। কিশোৰী গৰাকীয়ে ভাতৃক টানি নিয়াৰ পৰা বচাবলৈ চেষ্টা কৰোতে তাইক ধৰ্ষণৰ ভাবুকি প্ৰদান কৰে নীৰজ কোহলীয়ে।

ভাতৃক বচাবলৈ পাৰ্কৰ ভিতৰলৈ কিশোৰী গৰাকী সোমাই যোৱাৰ লগে লগে নীৰজে কোহলী নামৰ লোকজনে যৌন নিৰ্যাতন চলায় কিশোৰী গৰাকীৰ ওপৰত। ইমানে ক্ষান্ত নেথাকি কিশোৰী গৰাকীক জোৰ কৈ নগ্ন কৰি মোবাইলেৰে ফ’টোও তোলে।

নীৰজৰ কৱলৰ পাৰ কিশোৰী গৰাকীয়ে পলাই গৈ নিজ গৃহ উপস্থিত হৈ পিতৃ-মাতৃক সমস্ত ঘটনা বিৱৰি কয়।

কিশোৰী গৰাকীৰ পিতৃ-মাতৃয়ে ততালিকে সমীপৰ আৰক্ষীৰ থানাত অভিযোগ দাখিল কৰে।

উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে উক্ত পাৰ্কখনৰ পৰাই নীৰজ কোহলীক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে জনোৱা অনুসৰি নীৰজ নামৰ লোকজন এটা মৰাপাট কাৰখানৰ মালিক। লোকজন দিন ৰাতি অত্যধিক হাৰত মদ্যপান কৰি নিচাগ্ৰস্ত অৱস্থাত থাকে বুলিও আৰক্ষীয়ে জানিব পাৰিছে।

ইফালে নীৰজ নামৰ লোকজনৰ কাৰখানাৰ সমীপতে কিশোৰী গৰাকীৰ পিতৃৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান আছে।

আৰক্ষীৰ মতে নীৰজে বহু দিনৰ পৰাই নিজৰ কামনা চাৰিতাৰ্থ কৰিবলৈ কিশোৰী গৰাকীৰ ওপৰত দৃষ্টি নিৱদ্ধ কৰি আহিছিল।

কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে এটা স্বেচ্ছাসেৱীৰ সংস্থাৰ ওচৰত কাউন্সিলঙৰো ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে।

Recent News

Trans Couple birth Baby

ইতিহাস! দেশত প্ৰথমবাৰৰ বাবে সন্তান জন্ম দিলে ট্ৰান্সজেণ্ডাৰ দম্পতীয়ে

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd