• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিৱসাগৰৰ এখন চৰকাৰী বিদ্যালয়ত সন্তানৰ নামভৰ্তি কৰোৱাবলৈ হেতাওপৰা লগাইছে অভিভাৱকে

দুদিন আগৰে পৰাই পাল পাতি পাতিছে শাৰী

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ by পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ
March 21, 2022 2:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰৰ এখন বিশেষ বিদ্যালয়।

যি খন বিদ্যালয়ত নিজৰ সন্তানক শিক্ষাদান কৰিবলৈ হেতাওপৰা কৰে অভিভাৱকে।

Apply Now

দুদিন আগৰে পৰা দিনে- ৰাতিয়ে নামভৰ্তিৰ প্ৰ পত্ৰ সংগ্ৰহ কৰিবলৈ দীঘলীয়া শাৰী পাতে অভিভাৱকে।
হয়, এইখন হৈছে শিৱসাগৰ নগৰৰ মাজমজিয়াত স্থাপিত ১ নং টাউন নিম্ন প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনক দুখীয়া স্কুল বুলিও জনা যায়।

আজিৰে পৰা এই বিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰ- পত্ৰ বিতৰণ কৰা হৈছে। কিন্তু বিদ্যালয়খনত আসন সীমিত হোৱাৰ বাবে প্ৰ পত্ৰ সংগ্ৰহ কৰিবলৈ দুদিন আগৰে পৰা বিদ্যালয়খনৰ সন্মুখত অভিভাৱক সকলে এইদৰে শাৰী পাতি থকা দেখিবলৈ পোৱা গৈছে।

যি সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দপদপনিত এখন এখনকৈ চৰকাৰী মাধ্যাৰ বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ অভাৱত বন্ধ হব ধৰিছে, ঠিক তেনে সময়তে চৰকাৰী বিদ্যালয়ত নিজৰ সন্তানত পঢ়োৱাবলৈ এইদৰে দুদিন আগৰে পৰা শাৰী পাতি থকাৰ ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে।

আনহাতে অভিভাৱক সকলে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰোৱাবলৈ যি আগ্ৰহ দেখুৱাইছে তাৰ পৰা জানিব পাৰি অসমীয়া ভাষাৰ প্ৰতি অসমীয়াৰ দৰদ, হেঁপাহ আগ্ৰহ কিমান। অসমীয়া জাতি, ভাষাৰ সংকটৰ সময়ত লোৱা এই প্ৰচেষ্টাই অসমীয়া মাধ্যমৰ বিদ্যালয়ত সুফল দিয়াৰ পথত অগ্ৰসৰ হৈছে।

ৰাজ্যৰ আন বিদ্যালয়ৰ বাবে এক আদৰ্শ হৈ পৰিছে শিৱসাগৰৰ এই ১ নং টাউন নিম্ন প্ৰাথমিক বিদ্যালয়।

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

June 21, 2026 4:04 pm
‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

সন্তানৰ সন্মুখতেই জনজাতীয় মহিলাক ধৰ্ষণ, মূৰত বন্দুক থৈ সৰ্বস্ব লুটি নিলে দুৰ্বৃত্তই

June 21, 2026 2:45 pm
স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

স্পেইনৰ প্ৰধানমন্ত্ৰীৰ পত্নীক দেশ এৰি যোৱাত নিষেধাজ্ঞা; পাছপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ আদালতৰ

June 21, 2026 1:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন! ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধ শ শ যাত্ৰীবাহী আৰু মালবাহী বাহন

June 21, 2026 4:04 pm
‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

‘ততাতৈয়াকৈ এম্বুলেন্স মাতক’, বিহাৰৰ স্বাস্থ্যমন্ত্ৰীৰ যোগাসন দেখি প্ৰতিক্ৰিয়া নেটিজেনৰ

June 21, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd