• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰতিবছৰে মাত্ৰ ৫ মাহৰ বাবে নিৰ্মাণ কৰা হয় বিশ্বৰ এইখন ব্যতিক্ৰমী হোটেল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 7, 2020 4:51 pm

1 min read

bcc5f1250aac460e0a23e984aa7b8f51

চুইডেনৰ আইচ হোটেলৰ এটি দৃশ্য।

9.1k
VIEWS
Share on FacebookShare on Twitter

আমি এনে এখন হোটেলৰ বিষয়ে ক’বলৈ ওলাইছো যিখন প্ৰতিবছৰেই নিৰ্মাণ কৰা হয়। পৰৱৰ্তী বসন্তৰ পাছতেই হোটেলখন ভাঙি পেলোৱা হয়।

হয়, আপুনি জানি আচৰিত হ’ব, কিন্তু এই হোটেলখন আছে চুইডেনত।

সমগ্ৰ বিশ্বতে এই হোটেলখনক আইচ হোটেল (বৰফৰ হোটেল) বুলি জনা যায়।

চুইডেনৰ আই আইচ হোটেলখন প্ৰতিবছৰে শীতৰ সময়ছোৱাত মাত্ৰ পাঁচ মাহৰ বাবে নিৰ্মাণ কৰা হয় আৰু পাছত গলি যায়।

এই হোটেলখন নিৰ্মাণ কৰিবলৈ নদীৰ পৰা প্ৰায় ২৫০০ টন বৰফ সংগ্ৰহ কৰা হয় আৰু অক্টোবৰ মাহত ইয়াত নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়।

সমগ্ৰ বিশ্বৰে শিল্পীসকলে আহি ইয়াত তেওঁলোকৰ শিল্পকলা প্ৰদৰ্শন কৰে।

প্ৰতিবছৰে হোটেলখন পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ আহিছে।

পৰ্যটকৰ আহ-যাহলৈ লক্ষ্য ৰাখি হোটেলখনত কোঠালীবোৰ নিৰ্মাণ কৰা হয়।

এইবছৰ প্ৰায় ৩৫ টা কোঠালী নিৰ্মাণ কৰা হৈছে। কোঠালীৰ ভিতৰভাগৰ তাপমাত্ৰা হৈছে মাইনাছ পাঁচ ডিগ্ৰী চেলছিয়াছ।

এই ব্যতিক্ৰমী ধাৰাটোৰ বাবে প্ৰতি বছৰে প্ৰায় ৫০ হাজাৰ পৰ্যটক ইয়ালৈ আহে।

Recent News

20210121_135407

সংবাদমেলত ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰধানমন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণক তীব্ৰ বিৰোধিতা বীৰ লাচিত সেনাৰ

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd