• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অভিযান সদ্ভাৱনাৰ অন্তৰ্গত ছিপাঝাৰ, খাৰুপেটীয়াত সেনাৰ চিকিৎসা শিবিৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 28, 2018 8:07 pm

1 min read

WhatsApp Image 2018-12-28 at 17.10.18
197
VIEWS
Share on FacebookShare on Twitter

‘অভিযান সদ্ভাৱনা’ৰ অন্তৰ্গত ভাৰতীয় সেনাৰ ৰেড হৰ্ন ডিভিজনৰ এটা য়ুনিটে ছিপাঝাৰ আৰু খাৰুপেটীয়াত আজি ২৮ ডিচেম্বৰ শুকুৰবাৰে এটা চিকিৎসা শিবিৰৰ আয়োজন কৰিছে। ভিতৰুৱা এলেকাত বাস কৰা চিকিৎসাৰ অভাৱত থকা লোকসকললৈ প্ৰয়োজনীয় চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ উদ্দেশেৰে এই চিকিৎসা শিবিৰৰ আয়োজন কৰিছে সেনাৰ য়ুনিটটোৱে। দৰং স্বাস্থ্য বিভাগৰ সহায়তাত এই চিকিৎসা শিবিৰটোৰ আয়োজন কৰা হৈছে। এই চিকিৎসা শিবিৰটোত অসামৰিক চিকিৎসকলৰ এটা দলেও চিকিৎসা সেৱা দান কৰিছিল।

এই চিকিৎসা শিবিৰত সৰ্বমুঠ ৬৮৭ গৰাকী ৰোগীলৈ চিকিৎসা সেৱা আগবঢ়োৱা হৈছিল। স্থানীয় জনসাধাৰণে এই চিকিৎসা শিবিৰটোলৈ বিপুল সঁহাৰি জনাইছে।

বিশেষভাৱে সক্ষম লোকসকলৰ বাবে তিনিচকীয়া, চকুৰ ৰোগীৰ বাবে চশমা, চকু আঁতৰোৱা ৰোগীৰ বাবে নকল চকু, বৃদ্ধৰ বাবে লাখুটী আৰু কাণেৰে কম শুনা সকলৰ মাজত শ্ৰৱণ সহায়ক যন্ত্ৰ আদি বিতৰণ কৰা হৈছিল।

এই চিকিৎসা শিবিৰতেই এটা ৰক্তদান শিবিৰ আৰু এটা এইডছ সজাগতা কাৰ্যসূচী ৰূপায়ন কৰাও হৈছিল আৰু জনসাধাৰণক এই ৰোগটো সম্বন্ধে সজাগ কৰোৱা হৈছিল।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd