• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউনৰ সময়ত আৰ্তজনৰ কাষত শিৱসাগৰৰ এজন গাঁওবুঢ়া

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , April 12, 2020 7:34 pm

1 min read

IMG-20200412-WA0073

ফটো : নৰ্থ-ইষ্ট নাও

3k
VIEWS
Share on FacebookShare on Twitter

প্ৰতি বছৰৰ দৰে এইবাৰ উলহ মালহেৰে পালন কৰিব পৰা নাযাব অসমীয়াৰ বাপোতিসাহোন ৰঙালী বিহু। কিয়নো দেশত ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে চলি আছে লকডাউন।

ইতিমধ্যে ১৯ টা দিন অতিক্ৰম কৰিলে লকডাউনে। দৰিদ্ৰ আৰু দিন হাজিৰা কৰা পৰিয়াল সমূহৰ মাজত এমুঠি খাদ্যৰ বাবে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

তেনে সময়তে আৰ্তজনৰ কাষত থিয় দিছে একাংশ সমাজ সচেতন ব্যক্তি।

আজি শিৱসাগৰৰ ৱগৰ মহল মৌজাৰ গাঁওবুঢ়া পলাশ প্ৰতিম গগৈয়ে সম্পূৰ্ণ নিজা খৰচেৰে চাউলকৰা, টেক্সি মঠাদাং, কমাৰফদিয়া গাঁৱৰ প্ৰায় ৬০ টা পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

বিহুৰ দিনা যাতে কোনো দৰিদ্ৰ পৰিয়ালে ভোকত থাকিব লগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ অধীনত থকা গাঁৱৰ ৰাইজৰ মাজত উৰুকাৰ দিনা খাদ্য সামগ্ৰী বিতৰণ কৰে বুলি জানিবলৈ দিয়ে।

প্ৰতিটো পৰিয়ালক চাউল, দাইল, আলু, পিয়াজ, বিস্কুত, কণী আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে।

উল্লেখ্য যে, ২০১৭ চনত মাত্ৰ ২৩ বছৰ বয়সত অসমৰ কনিষ্ঠ গাঁওবুঢ়া হিচাপে স্বীকৃতি লাভ কৰিছিল পলাশ প্ৰতীম গগৈয়ে।

গাঁওবুঢ়া হৈ সামান্য পাৰিশ্ৰমিক লাভ কৰা স্বত্তেও নিজ গাঁৱৰ দৰিদ্ৰ তথা দিন হাজিৰা কৰা পৰিয়াল সমূহক সামান্যতম সাহায্য আগবঢ়োৱা কাৰ্যক গাঁওবাসীয়ে প্ৰশংসা কৰে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd