• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 15, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home অটো

ছ’চিয়েল মিডিয়াত ব্যাপক হাৰত বিস্তাৰিত হ’ব ধৰা এটা Tweet – কি আছে ইয়াত!

পিয়ুষ ৰঞ্জন বৰদলৈ পিয়ুষ ৰঞ্জন বৰদলৈ
গুৱাহাটী , June 28, 2019 4:58 pm

1 min read

Saraighat Bridge

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

5.7k
VIEWS
Share on FacebookShare on Twitter

মাত্র কিছুদিন পূর্বে যান-বাহন চলাচলৰ বাবে তিনি মাহৰ মেৰামতিৰ অন্তত মুকলি কৰি দিয়া হৈছিল পুৰণি শৰাইঘাটৰ দলংখন। আকৌ চাগে Service Break দিব লগা হ’ব দলং খনক।

মাহজোৰা পৰিশ্ৰমৰ অন্তত কিছুদিন আগেয়ে ৰাইজৰ বাবে মুকলি কৰি দিয়া শৰাইঘাটৰ দলংখন এতিয়া ছ’চিয়েল মিডিয়াত মানুহৰ মাজত চৰ্চাৰ মূল বিষয় হৈ পৰিছে । কিয়নো নতুনকৈ মেৰামতি কৰা দলঙখনত ৰঙৰ গোন্ধ নৌযাওতেই এতিয়া চাৰিওফালে বিয়পি পৰিছে ৰজনীগন্ধা, শিখৰ আদিৰ ফুল ছিটিকনি।

Do we really deserve good things in life? #ThinkOnce #CivicSense pic.twitter.com/1gFBKs7s5A

— MyGov Assam (@mygovassam) June 28, 2019

এই বিষয়টোকলৈ অসম চৰকাৰৰ জনতাৰ চৰকাৰ অসম নামৰ টুইটাৰ হেণ্ডেলটোৰ পৰা এখন ফটো টুইট কৰাৰ পাছত এতিয়া বিষয়টো ৰাইজৰ মাজত অতি চৰ্চাৰ বিষয় হৈ পৰিছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ড্ৰাগছ সৰবৰাহকলৈ অসম আৰক্ষীয়ে কৰা এটা টুইটে দেশৰ লগতে বিদেশতো চৰ্চাৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল।

Recent News

FB_IMG_1610717723928

ভোগালীৰ ভোগ-আনন্দৰে জীপাল নগাঁৱৰ নেহৰুবালি

Screenshot_2021-01-15-11-22-42_1

কলিয়াবৰৰ বিহডুবিত নতুনকৈ আৰম্ভ হ’ব অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো ইউনিট

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

কৃষকেৰে চৰকাৰৰ নৱম লানি আলোচনাও ব্যৰ্থ, নোলাল সমাধান সূত্ৰ, পৰৱৰ্তী আলোচনা ১৯ জানুৱাৰীত

download

মাণিকপুৰৰ ডাঙাইগাওঁত নিশা নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাই চুৰি কাণ্ড

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd