• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰোগীও নহয়, ৰোগীৰ আত্মীয়ও নহয়; কিন্তু হস্পিটেলৰ বাৰান্দাই ঠিকনা এইগৰাকী দুৰ্ভগীয়া মহিলাৰ

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
August 19, 2018 5:34 pm
TuluDebi

যোৱা দুমাহ ধৰি জখলাবন্ধা চিকিৎসালয়ৰ বাৰান্দাত বাস কৰি অহা টুলু দেৱা। ফটো : ৰিদিপ শৰ্মা।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কলিয়াবৰৰ এগৰাকী মহিলাৰ কাহিনী এয়া। নাম তেওঁৰ টুলু দেৱী। বয়স ৬০-ৰ ঊৰ্ধ্বত। যোৱা দুমাহ ধৰি জখলাবন্ধা চিকিৎসালয়ৰ বাৰান্দাই হৈ পৰিছে তেওঁৰ ঠিকনা।

টুলু দেৱীৰ পৈতৃক ঘৰ কলিয়াবৰৰ হাতীয়েখোৱা গাৱঁত আৰু বিবাহ সূত্ৰে তেওঁৰ স্বামীৰ ঘৰ শোণিতপুৰ জামগুৰিহাটৰ ইটাখোলাৰ চিলাবন্ধা গাৱঁত। কিন্তু স্বামী সুৰেন নাথৰ শাৰীৰিক, মানসিক, অত্যাচাৰত অতিষ্ঠ হৈ স্বামীৰ ঘৰ এৰি আহি পিতৃগৃহত আশ্ৰয় লৈছিল তিনিটা সন্তানৰ মাতৃ টুলু দেৱীয়ে।

Apply Now

নিজৰ ভায়েকৰ ওপৰত আৰু বেছি বোজা হ’ব নিবিচাৰি টুলু দেৱীয়া আশ্ৰয় দুমাহৰ পূৰ্বে আশ্ৰয় লয় কলিয়াবৰৰ জখলাবন্ধা চিকিৎসালয়ত। ইয়াৰ পিছৰ পৰা বিগত দুমাহ দিন ধৰি চিকিৎসালয়খনতে আশ্ৰয় গ্ৰহণ কৰি আছে তেওঁ। চিকিৎসালয়খনৰ বাৰান্দাখনেই এতিয়া তেওঁৰ ঠিকনা।

ইফালে তিনিটাকৈ পুত্ৰ সন্তানে মাক টুলু দেৱীক নিজৰ ঘৰলৈ উভতাই নিবলৈ বহু বাৰ চেষ্টা কৰিও বিফল হৈছিল। কিয়নো গিৰীয়েকৰ অত্যাচাৰত ইতিপূৰ্বে অতিষ্ঠ হৈ পৰিছিল টুলু দেৱী। সেই বাবেই তেওঁ পুনৰ স্বামীৰ ঘৰলৈ ঘূৰি যাবলৈ অসন্মত হয়।

প্ৰথম অৱস্থাত জখলাবন্ধা চিকিৎসালয়ৰ কৰ্তৃপক্ষই প্ৰথমে টুলু দেৱীক ৰোগী বুলি ভাবি আশ্রয়ৰ লগতে খাদ্যও যোগান ধৰিছিল। কিন্তু কিছু দিন যোৱাৰ পাছত টুলু দেৱীৰ কোনো আত্মীয় চিকিৎসালয়ত উপস্থিত নোহোৱাত কথাটো চকুত পৰে চিকিৎসালয় কৰ্তৃপক্ষৰ।

এতিয়া পৰিস্থিতিটোৰ বাবে বিমোৰত পৰিছে জখলাবন্ধা চিকিৎসালয়ৰ চিকিৎসক তথা কৰ্তৃপক্ষ। কিমান দিনলৈ আৰু অন্য ৰোগীৰ লগতে তেওঁকো খাদ্যৰে যোগান ধৰিব। গতিকে ক্ৰমাৎ কমি গৈছে চিকিৎসালয়খনে আহাৰ যোগান ধৰাটো। তাৰ পিছতো অসহায় টুলু দেৱীয়ে এতিয়া এসাঁজ খাই দুসাঁজ নোখোৱাকৈ চিকিৎসালয়খনৰ বাৰান্দাতে দিন-ৰাতি একাকাৰ কৰিছে।

কেতিয়াবা যদি চিকিৎসালয়ৰ ৰোগীৰ আত্মীয়ৰ লগত হাঁহি-ধেমালিৰ মাজেৰে দিনটো পাৰ কৰে, কেতিয়াবা আকৌ দুচকু সেমেকি উঠে তেওঁৰ। পৰিয়ালৰ লগতে সন্তানকেইটালৈ মনত পৰি চকুলো টোকে টুলু দেৱীয়ে। কিন্তু এতিয়াও টুলু দেৱীৰ কোনো পৰিয়ালৰ লোক বা অভিভাৱক জখলাবন্ধা চিকিৎসালয় উপস্থিত হোৱা নাই। সেয়ে এতিয়া এই মহিলাগৰাকীক লৈ চিকিৎসালয় কৰ্তৃপক্ষ বিমোৰত পৰিছে। প্ৰশাসনৰ ফালৰ পৰাও একো সহায় লাভ কৰা চিকিৎসালয়খনে।

স্থানীয় ৰাইজ তথা  অন্যৰোগীৰ আত্মীয়সকলেও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। কি অৱস্থা হ’ব অনাগত দিনত এই দুৰ্ভগীয়া মহিলাগৰাকীৰ?

কোনোবা আত্মীয়-স্বজন আগ বাঢ়ি আহিবনে তেওঁক উদ্ধাৰৰ বাবে অথবা চৰকাৰ তথা কোনোবা দল-সংগঠনে সহায়ৰ হাত আগ বঢ়াবনে এই দুৰ্ভগীয়া টুলু দেৱীৰ।

নিৰ্যাতনকাৰী স্বামীৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা লয় সেয়াও লক্ষণীয় হ’ব।

ৰিদীপ শৰ্মা

ৰিদীপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd