• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবিশ্বাস্য! বিগত ৫মাহত ৩১ বাৰ কৰ’না পজিটিভ এইগৰাকী মহিলা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 23, 2021 10:07 am
Coronavirus-Test-

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় পাঁচ মাহ পূৰ্বে কৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল ৰাজস্থানৰ ভৰতপুৰ এগৰাকী মহিলা। ইয়াৰ পাছৰে পৰা ৩১বাৰ তেওঁৰ কৰ’না টেষ্ট কৰা হৈছে আৰু প্ৰতিবাৰেই ৰিপ’ৰ্ট পজিটিভ আহিছে।

মহিলাগৰাকীৰ এই অৱস্থাৰ বাবে তেওঁৰ স্বাস্থ্যক লৈ উৎকণ্ঠিত হৈ পৰিছে আৰ বি এম হাস্পাতলৰ চিকিৎসকসকল।

Apply Now

মহিলা গৰাকী ‘অপনা ঘৰ আশ্ৰম’ৰ বাসিন্দা। আশ্ৰম কৰ্তৃপক্ষই এতিয়া মহিলাগৰাকীক আৰ বি এম হাস্পাতলৰ পৰা জয়পুৰৰ এছএমএছ হাস্পাতললৈ নিয়াৰ যো-জা চলাইছে।

আশ্ৰমখনৰ প্ৰতিষ্ঠাপক ড০ বি এম ভৰদ্বাজে জানিবলৈ দিয়া মতে সাৰদা নামৰ সেই মহিলাগৰাকীক বাজাৰে গাওঁৰ পৰা আশ্ৰমলৈ অনাৰ পাছত তেওঁ এই আশ্ৰমখনৰে বাসিন্দা।

যোৱা বছৰৰ আগষ্টত প্ৰথম সাৰদাৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰিছিল। তাৰপাছতে তেওঁক  আৰ বি এম হাস্পাতলত ভৰ্তি কৰা হয়। সাৰদাৰ মানসিক আৰু শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকসকলে তেওঁৰ সৈতে এজন লোকক থকাৰ অনুমতি দিয়ে।

পাছত তেওঁক আশ্ৰমৰ কোৱাৰেন্টাই চেন্টাৰত ৰখা হয়। ভৰদ্বাজে জানিবলৈ দিয়ে যে এতিয়ালৈকে সাৰদাৰ ৩১বাৰ টেষ্ট কৰা হৈছে আৰু প্ৰতিবাৰেই ৰিপ’ৰ্ট পজিটিভ আহিছে।

এই সময়ছোৱাত সাৰদাৰ এল’পেথিৰ লগতে আয়ুৰ্বেদিক আৰু হোমিঅ’পেথি চিকিৎসাও কৰা হয়। অৱশ্যে, ৰিপ’ৰ্টক লৈ উদ্বিগ্ন হ’লেও সাৰদা কিন্তু সুস্থ হৈয়ে আছে আৰু তেওঁ কোনো দুৰ্বলতাত ভোগা নাই।

সাৰদাৰ এনে ঘটনাত চিকিৎসকসকলো বিস্মিত হৈ পৰিছে। কোনোৱে যাতে তেওঁৰ সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰ বাবে সাৰদাক সম্পূৰ্ণ সুকীয়াকৈ ৰখা হৈছে।

চিকিৎসকসকলে জানিবলৈ দিছে যে ৰিপ’ৰ্ট নিগেটিভ অহাৰ পাছতে সাৰদাক আইছ’লেশ্যনৰ পৰা যাবলৈ দিয়া হ’ব।

সাধাৰণতে কৰ’না আক্ৰান্ত ৰোগীক ১০ৰপৰা ১৪দিনলৈ আইছ’লেশ্যনত ৰখা হয় যদিও সাৰদাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য কৰিব পৰা নাই স্বাস্থ্য কৰ্তৃপক্ষই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd