• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ত  ৰেডিঅ’কেমিষ্ট্ৰীৰ ওপৰত কৰ্মশালা

মৈত্ৰেয়ী শৰ্মা by মৈত্ৰেয়ী শৰ্মা
September 18, 2018 5:16 pm
USTM-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ত  (USTM) ‘ৰেডিঅ’কেমিষ্ট্ৰী আৰু ৰেডিঅ’আইছটপৰ প্ৰয়োগ’ শীৰ্ষক এখন ৬ দিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰা হ’ব। এই আলোচনাচক্ৰত ইণ্ডিয়ান এছোচিয়েশ্যন অব নিউক্লিয়াৰ কেমিষ্ট আৰু ভাবা আণৱিক গৱেষণা কেন্দ্ৰৰ ৰেডিঅ’কেমিষ্ট্ৰী বিভাগৰ এলাইড ছাইন্সেজৰ সহযোগত (IANCAS) এই কৰ্মশালাৰ পৃষ্ঠপোষকতা কৰিছে আণৱিক বিজ্ঞানৰ গৱেষণা সংসদ (BRNS), আৰু ভাবা আণৱিক গৱেষণা কেন্দ্ৰৰ (BARC), আণৱিক শক্তি বিভাগে (DAE)। চলিত বৰ্ষৰ পহিলা অক্টোবৰৰ পৰা ৬ অক্টোবৰলৈকে এই কৰ্মশালা অনুষঅঠিত হ’ব।

এই কৰ্মশালাখনত অংশগ্ৰহণকাৰীসকলে ৰেডিঅ’কেমিষ্ট্ৰী আৰু ৰেডিঅ’আইছটপৰ ক্ষেত্ৰখনৰ লগতে আণৱিক পদাৰ্থবিদ্যা(nuclear Physics) আৰু ৰসায়নবিদ্যাৰ ওপৰত শেহতীয়া গৱেষণা সম্পৰ্কত অৱগত কৰাব। সৰ্বোপৰি, ৰেডিঅ’আইছটপ আৰু আণৱিক পদাৰ্থবিদ্যা আৰু ৰসায়নে সামৰি লোৱা স্বাস্থ্য সেৱা, উদ্যোগ, কৃষি, খাদ্য আৰু গৱেষণা আদিৰ দিশসমূহকো আলোচনাত সামৰি লোৱা হ’ব।

Apply Now

গৱেষণাগাৰত কৰা পৰীক্ষাৰ প্ৰদৰ্শন কৰাৰ বাবে কাৰিকৰী অধিৱেশনৰো ব্যৱস্থা থাকিব। তাৰোপৰি, প্ৰাথমিক আৰু আণৱিক বিজ্ঞানৰ শিক্ষাদান আৰু গৱেষণাৰ সৈতে জড়িত থকা অংশগ্ৰহণকাৰীসকলক উপকৃত কৰাৰ বাবে গৱেষণাৰ সুযোগ দিয়াৰ বাবে বিশেষ অধিৱেশনৰ ব্যৱস্থা কৰা হৈছে।

ৰেডিঅ’লজিষ্ট আৰু চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅ’লজি বিভাগৰ সৈতে জড়িত বিজ্ঞান-সম্পৰ্কীয় বিষয়াসকলৰ লগতে ৰসায়ন, পদাৰ্থবিদ্যা, জৈৱবিজ্ঞান (Biosciences), স্বাস্থ্য বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ গৱেষক, ফেকাল্টি সদস্যসকলে কৰ্মশালাখনত অংশগ্ৰহণ কৰিব পাৰে আৰু [email protected] ঠিকনাত ই-মেইল কৰিব পাৰে।

প্ৰতিগৰাকী অংশগ্ৰহণকাৰীয়ে চূড়ান্ত অধিৱেশত প্ৰমাণপত্ৰ লাভ কৰিব আৰু কৰ্মশালাখনক বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি অনুসৰি এটা হ্ৰস্বকালীন পাঠ্যক্ৰম হিচাপে বিৱেচনা কৰা হ’ব।

মৈত্ৰেয়ী শৰ্মা

মৈত্ৰেয়ী শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd