• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ by দীপক কুমাৰ পাঠক, তামুলপুৰ
May 29, 2022 9:03 am
ফটো: নৰ্থইষ্ট নাও।

ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অদম্য কৰ্মস্পৃহা থাকিলে যিকোনো কামকেই সম্ভৱ কৰি তুলিব পাৰি। তাঁতশালত এক অতুলনীয় কৰ্মৰ জৰিয়তে এই কথা প্ৰমাণ কৰিলে তামুলপুৰৰ এগৰাকী যুৱকে। এতিয়া সামাজিক মাধ্যমত বহুলভাৱে চৰ্চিত হৈ পৰিছে যুৱকজনৰ শিল্পকৰ্ম।

যুৱকজনৰ হাতৰ পৰশত অসম তথা অসমীয়াৰ স্বাভিমান ফুলাম গামোচাত প্ৰাণ পাই উঠিছে অসমৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিৰ প্ৰতিচ্ছবি। গামোচাতে বই উলিয়াইছে অসমৰ জাতীয় সংগীতৰ প্ৰতিটো আখৰ।

তামুলপুৰ জিলা সদৰৰ বৰখোপা গাঁওৰ এই বিশেষ দক্ষ যুৱকজন হৈছে ২০ বছৰীয়া বিজয় দাস। পিতৃ শুক্ৰ দাস শৰণীয়া আৰু মাতৃ জোনালী দাসৰ পুত্ৰ বিজয় দাস বৰ্তমান ৰঙিয়া মহাবিদ্যালয়ৰ চতুৰ্থ সান্মাষিকৰ ছাত্ৰ।

Apply Now

সৰুৰে পৰা তাঁতশালত কাপোৰ বোৱাৰ প্ৰতি ধাউতি আছিল বিজয় দাসৰ। ঘৰতে তাঁতশালত বহি অসম তথা অসমীয়াৰ স্বাভিমান গামোচাত তুলি ধৰিছে অসমৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তিৰ প্ৰতিচ্ছবি ।

ফটো: নৰ্থইষ্ট নাও।

অধ্যয়নৰ সমান্তৰালভাৱে তাঁতশালত বহি বিজয় দাসে সুতাৰে তুলিছে সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, বিষ্ণু প্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, ডঃ ভূপেন হাজৰিকা, দীপালী বৰঠাকুৰ, মামণি ৰয়ছম গোস্বামী, হীৰেন ভট্টাচাৰ্য, জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্তৰ লগতে অসমৰ কীৰ্তিচিহ্ন ৰংঘৰ, কাৰেংঘৰ, কামাখ্যা মন্দিৰ।

দিনে নিশাই কৰা কষ্টৰ অন্তত বিজয়ে এইদৰে গামোচাত সুন্দৰকৈ উপস্থাপন কৰি তুলিছে অসমৰ মান-স্বাভিমানৰ কীৰ্তি চিহ্ন সমূহ। যুৱকজনে তাঁতশালত বহাৰ বাহিৰেও ছবি অংকন কৰি, গান গাই, বিহু নাচি ভাল পায়।

অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বিজয় দাসে তাঁতশালত গামোছা বই গামোছা বিক্ৰী কৰি নিজৰ পঢ়া খৰছ উলিয়ায়। আনহাতে, তিনি বছৰ পূৰ্বে বিজয় দাসে তাঁতশালত অসমৰ জাতীয় সংগীত বই উলিয়াইছিল। বিজয় দাসে প্ৰস্তুত কৰা এই গামোচা মিউজিয়ামত ৰখাৰ কথা ব্যক্ত কৰিছে স্থানীয় ৰাইজে।

ফটো: নৰ্থইষ্ট নাও।

মাতৃয়ে তাঁতশালত বহা দেখি সৰুৰে পৰা নিজেও তাত শালত বহাৰ প্ৰতি আগ্ৰহী হৈ উঠিছিল এইজন যুৱকে।

অসমীয়া জাতি, অসমৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি থকা অদম্য শ্ৰদ্ধা আৰু ভালপোৱাৰ বাবেই এনেদৰে গামোচাত স্বনামধন্য লোক আৰু অসমৰ কীৰ্তি চিহ্ন সমূহ উপস্থাপন কৰাৰ কথা ব্যক্ত কৰে বিজয় দাসে।

দীপক কুমাৰ পাঠক, তামুলপুৰ

দীপক কুমাৰ পাঠক, তামুলপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

June 27, 2026 5:53 pm
নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

নিয়ম, ন্যায় আৰু উত্তৰহীন প্রশ্ন : এগৰাকী শিক্ষকৰ অভিজ্ঞতা

June 27, 2026 5:16 pm
অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

অযোধ্যাৰ ৰাম মন্দিৰৰ দানৰ ধন আত্মসাৎ: গ্ৰেপ্তাৰ আঠ অভিযুক্ত, জড়িত আছিল বিশ্ব হিন্দু পৰিষদৰ সদস্যও

June 27, 2026 5:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

ভাৰতীয় ষ্টেট বেংকে দুই চাফাই কৰ্মীক দিব লাগিব ৪০ লাখ টকা : আদালতৰ ঐতিহাসিক ৰায়

June 27, 2026 6:22 pm
ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

ড্ৰাগছ বিৰোধী কৰ্মী গুমিন মিজেৰ বিৰুদ্ধে এইবাৰ পকচো আইনৰ অধীনত গোচৰ!

June 27, 2026 5:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd