• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুৰ্ঘটনাত যুৱকৰ মৃত্যু : পিতৃৰ মুখ দেখাৰ পূৰ্বেই পিতৃহাৰা হ’ল কন্যা

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , January 22, 2019 7:42 am

1 min read

Accident-750x375-1-1

প্ৰতিনিধিত্বমূলক ফটো

802
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে নিশা ৯.৩০ মান বজাত শিৱসাগৰত সংঘটিত এক পথ দুৰ্ঘটনাই সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে। শিৱসাগৰ নগৰৰ সমীপৰ কুকুৰাপহীয়া অঞ্চলত সংঘটিত পথ দুৰ্ঘটনাটোত ইন্টাফুৰ ৰহমান নামৰ এজন যুৱক থিতাতে নিহত হয়।

জানিব পৰা মতে ২৭ বছৰীয়া ইন্টাফুৰ ৰহমানে নিশা ডেকা বৰুৱা পথেৰে ঘৰলৈ বুলি খোজকাঢ়ি গৈ থাকোতে দিচাংমুখৰ দিশৰ পৰা অহা এখন স্কুটিয়ে পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে। স্কুটিৰ খুন্দাত গুৰুতৰ ভাৱে আহত ইন্টাফুৰক লগে লগে চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰা নাজিম উল্লা নামৰ যুৱক জনক স্থানীয় ৰাইজে উত্তম মাধ্যম দি আবদ্ধ কৰি ৰাখে। আনহাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ এক ঘন্টাৰ পাছতো উক্ত স্থানত আৰক্ষীৰ যান বাহন নিয়ন্ত্ৰণ বিভাগৰ কোনো বিষয়া উপস্থিত নোহোৱাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

উল্লেখ্য যে,  ইন্টাফুৰ ৰহমান দেওবাৰে এগৰাকী কন্যা সন্তানৰ পিতৃ হৈছিল। পিতৃৰ মুখ দেখিৱলৈ পোৱাৰ পূৰ্বেই দেৱকন্যা শিশুটিয়ে পিতৃহাৰা হ’ব লগীয়া হোৱাত এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

Recent News

opposition boycott president address

সংসদৰ যৌথ অধিৱেশনত ১৬টা বিৰোধী দলে বৰ্জন কৰিব ৰাষ্ট্ৰপতিৰ ভাষণ

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

WhatsApp Image 2021-01-28 at 3.47.13 PM

মৰিগাঁৱৰ জালুগুটিত একেদিনাই দুজনকৈ শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd