• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

by
July 9, 2025 4:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰত ভোটাৰ তালিকা পুনৰীক্ষণ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ গাইডলাইনক লৈ বিতৰ্ক অব্যাহত আছে। নাগৰিকত্বৰ প্ৰমাণ হিচাপে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড বাদ দিয়াক লৈ বিৰোধী ৰাজনৈতিক দলসমূহে প্ৰশ্ন উত্থাপন কৰিছে। এই প্ৰসংগত ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটিৰ চিইঅ’ ভুৱনেশ কুমাৰে নাগৰিকত্ব প্ৰমাণ কৰাৰ বাবে “আধাৰ কেতিয়াও প্ৰাথমিক পৰিচয় পত্ৰ নহয়” বুলি উল্লেখ কৰে।

ভাৰতীয় নাগৰিকৰ বাবে ‘আধাৰ’ সৃষ্টি কৰে ইউআইডিএআইয়ে। সৰ্বভাৰতীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত সংগঠনটোৰ মুৰব্বীগৰাকীয়ে দাবী কৰে যে ইউআইডিএআই কৰ্তৃপক্ষই ভুৱা ‘আধাৰ কাৰ্ড’ পৰীক্ষাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ লগতে উল্লেখ কৰে যে আধাৰ কাৰ্ডসমূহ QR ক’ডৰ জৰিয়তে সুৰক্ষিত কৰা হয়। ভুৱনেশে কয় যে ফটোশ্বপ ব্যৱহাৰ কৰি আধাৰ কাৰ্ড জাল কৰাৰ ঘটনা পোহৰলৈ আহিছে। লগতে তেওঁ কয় যে কেইদিনমানৰ পিছত আধাৰ এপটো সাজু হ’ব। তেওঁ কয়, “‘ডেমো ৰাণ’ ইতিমধ্যে সফল হৈছে…. এই এপটোৱে আধাৰ নম্বৰধাৰীৰ সন্মতি সাপেক্ষে পৰিচয় পত্ৰখন ডিজিটেলভাৱে সংৰক্ষণ কৰিব।” ফলত সকলো ক্ষেত্ৰতে আধাৰ কাৰ্ডৰ ‘হাৰ্ড কপি’ৰ প্ৰয়োজন নহ’ব। নিৰ্বাচন আয়োগৰ গাইডলাইনক লৈ সৃষ্টি হোৱা বিতৰ্কক লৈ ভুৱনেশৰ চমু মন্তব্যত কোৱা হৈছে যে আধাৰ কেতিয়াও নাগৰিকৰ “প্ৰাথমিক পৰিচয় পত্ৰ” নহয়।

Apply Now

উল্লেখ্য যে, বছৰৰ শেষত বিহাৰৰ ভোট। ইয়াৰ পূৰ্বে আয়োগে সেই ৰাজ্যৰ ভোটাৰ তালিকা সংশোধনৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল। কোৱা হৈছে যে যিসকলৰ নাম ভোটাৰ তালিকাত আছে তেওঁলোকে নাগৰিকত্বৰ প্ৰমাণ দিব লাগিব। আধাৰ কাৰ্ড বা ৰেচন কাৰ্ড বৈধ নথি হিচাপে গ্ৰহণ কৰা নহ’ব। বয়সৰ প্ৰমাণ পত্ৰ, বৰ্ড এডমিট কাৰ্ডৰ দৰে নথি-পত্ৰহে গ্ৰহণযোগ্য। আয়োগে যুক্তি দিছে যে এই গাইডলাইন সমগ্ৰ দেশতে আধাৰ জালিয়াতিৰ বাবেই হৈছে। আয়োগৰ পৰা এই নিৰ্দেশনাৰ বাবে বহু যোগ্য ভোটাৰৰ নাম বাদ পৰিব পাৰে বুলি ৰাজনৈতিক দলসমূহে আশংকা কৰিছে।

আনহাতে, আধাৰ আৰু ভোটাৰ কাৰ্ড সম্পৰ্কে পুৰণি প্ৰশ্নটো ৰৈ গৈছে যে যদি আধাৰ বা ভোটাৰ কাৰ্ড প্ৰাথমিক পৰিচয় পত্ৰ নহয়, তেন্তে ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ কি? সেইখন জন্মৰ প্ৰমাণ পত্ৰ নেকি? তেনে ক্ষেত্ৰত ভোটাৰৰ বাবে ভোটাৰ কাৰ্ড কেনেকৈ গ্ৰহণ কৰা হয়, যিটো নাগৰিকৰ অন্যতম অধিকাৰ? তদুপৰি ৰাজ্যই (ৰেচন ব্যৱস্থা) প্ৰদান কৰা খাদ্য সামগ্ৰী লাভ কৰিবলৈ ৰেচন কাৰ্ডখন আধাৰ কাৰ্ডৰ সৈতে সংযোগ কৰিব লাগিব। যদি আধাৰ প্ৰাথমিক পৰিচয় নথি নহয়, তেন্তে ইয়াৰ আঁৰৰ যুক্তি কি? যদি আধাৰ আৰু ভোটাৰ আইডি কোনো নাগৰিকৰ প্ৰাথমিক পৰিচয়ৰ অংশ নহয়, তেন্তে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাৰ প্ৰয়োজন কি? বিশেষজ্ঞসকলে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে এই বিভ্ৰান্তি এতিয়ালৈকে পৰিষ্কাৰ কৰিব পৰা নাই। সাধাৰণ মানুহক মাজৰ পৰা হাৰাশাস্তি কৰা হৈছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

July 2, 2026 9:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

৮৫ মিনিট পৰ্যন্ত পিছপৰি থাকিও ছেনেগালক হৰুৱালে বেলজিয়ামে, নিশ্চিত কৰিলে শেষ ষোল্লৰ স্থান

July 2, 2026 10:23 am
আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd