• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আধাৰৰ গোপন বায়’মেত্ৰিক তথ্যৰে পৃথক দেটাবে’চ বনিছে অসমত

হাফিংতন প’স্ত ইন্দিয়াৰ বাতৰি মতে, ভাৰতৰ আধাৰ কাৰ্ডক লৈ কৰা আশংকাক সত্য প্ৰমাণ কৰিছে অসমত চলিত এন আৰ চি প্ৰক্ৰিয়াৰ সমান্তৰালকৈ গোপনে সংঘটিত দেটাবে’চ প্ৰস্তুতিয়ে।

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2019 4:30 pm
Aadhar's unique biometric info is used for preparing separate database in Assam
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাফিংতন প’স্ত ইন্দিয়াৰ বাতৰি মতে, ভাৰতত চলিত আধাৰ কাৰ্ডত অন্তৰ্ভুক্ত কোনো ব্যক্তিৰ একক বায়’মেত্ৰিক তথ্যক লৈ কৰা আশংকা সত্য আৰু এই কথা প্ৰমাণ কৰিছে অসমত চলি থকা এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াৰ সমান্তৰালকৈ গোপনে সংঘটিত এক দেটাবে’চৰ প্ৰস্তুতিয়ে।

আধাৰ দেটাবে’চ দেশৰ জনসাধাৰণৰ গোপন নিৰীক্ষণত নিৰাপত্তা সংস্থাসমূহে ব্যৱহাৰ কৰিব বোলা আশংকাক ই সত্য প্ৰমাণ কৰিছে বুলি বাতৰিটোত কোৱা হৈছে।

Apply Now

বাতৰিটোত কোৱা হৈছে যে অসমত চলিত এন আৰ চিৰ পৰা বাদ পৰা লোকসকলৰ একক আধাৰ বায়’মেত্ৰিক তথ্যৰে এক দেটাবে’চ গোপনে প্ৰস্তুত কৰি থকা হৈছে।

আধাৰ প্ৰস্তুতকৰণত ভাৰত চৰকাৰক সহায় আগবঢ়োৱা ইউ আই ডি এ আই (Unique Identification Authority of India) আৰু অসম চৰকাৰে এই প্ৰক্ৰিয়া সম্পৰ্কে জনাবলৈ অস্বীকাৰ কৰা বুলি উল্লেখ কৰি প্ৰতিবেদনটোত হাফিংতন প’স্ত ইন্দিয়াই দাবী কৰিছে যে এই সম্পৰ্কীয় যোগাযোগ (correspondence) তেওঁলোকে পৰীক্ষা কৰিছে।

এন আৰ চিৰ পৰা বাদ পৰা প্ৰায় ৪০ লাখ লোকৰ গোপন আধাৰ তথ্য ইউ আই দি এ আই-এ সংগ্ৰহ কৰিব, কিন্তু সেয়া থাকিবগৈ এন আৰ চি উন্নীতকৰণত জৰিত চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ হাতত।

বাতৰিটোৰ মতে, বিভাগীয় যোগাযোগত বি এম ই (BME)ৰূপে উল্লেখ থকা বায়’মেত্ৰিক এনৰ’লমেন্ত প্ৰ’চেচ সন্দৰ্ভত অসমৰ এগৰাকী লোকে দৰ্শোৱা আপত্তিক লৈ ইউ এ ডি এ আইৰ সহকাৰী সঞ্চালক পিয়ুশ চেতিয়াই গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপ সচিব চি পি ফুকনলৈ ২১ মে’, ২০১৯ত এক পত্ৰ প্ৰেৰণ কৰিছিল।

“যিহেতু অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে নিৰ্দিষ্ট নিৰ্দেশনা/ এচ অ’ পিৰ অধীনত বি এম ই প্ৰক্ৰিয়াটোৰ তদাৰকী আৰু নিৰীক্ষণ কৰি আছে আৰু ইউ আই দি এ আই-এ বিভাগটোক কাৰিকৰী সহায় আগবঢ়াই আছে, অনুৰোধ কৰা হৈছে যাতে বাসিন্দাজনৰ অসুবিধাটো এই কাৰ্য্যালয়ৰ অৱগতি সাপেক্ষে অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ঠিকনা লগাওক,” হাফিংতন প’স্ত ইন্দিয়াৰ বাতৰিত পত্ৰখনৰ উদ্ধৃতি।

বাতৰিটোৰ মতে, আধাৰৰ ক্ষেত্ৰত ইউ আই দি এ আইৰ নিৰ্দেশনা আৰু এন আৰ চি বি এম ই নিৰ্দেশনা পৃথক।

হাফিংতন প’স্ত ইন্দিয়া এই সিদ্ধান্তত উপনীত হৈছে সেই পত্ৰখনৰে আলম লৈ। “এন আৰ চি বি এম ই নিৰ্দেশনা অনুসৰি সঠিকভাৱে ঠিকনা লগাবলৈ” বাসিন্দাগৰাকীৰ সংশ্লিষ্ট জিলাখনৰ নদাল বিষয়াক নিৰ্দেশ দিবলৈ উক্ত পত্ৰত চেতিয়াই পৰামৰ্শ আগবঢ়াইছিল।

বহু লোকে আধাৰক লৈ আপত্তি দৰ্শোৱাৰ বিপৰীতে ভাৰত চৰকাৰে এই সম্পৰ্কীয় তথ্য সুৰক্ষিত থাকিব বুলি বাৰম্বাৰ আশ্বাস দি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd