• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম অৰুণাচল সীমান্তৱৰ্তী  বালিচাঙত দেউছি আৰু ভাইলো প্ৰতিযোগিতা সম্পন্ন

NE NOW NEWS কাজি জেইদুল ইছলাম 
বিশ্বনাথ  , November 12, 2018 5:46 pm

2 min read

IMG_0998-01
237
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বালিচাং আঞ্চলিক সমিতিৰ উদ্যোগত বালিচাঙত, মহজুলি,  ২ নং দিলিচাং , ভীমাজুলি,  ৰতনপুৰ, ৰূপালী বস্তি,  দিৰিং বিজয়পুৰ অঞ্চলৰ গোৰ্খা সকলৰ সহযোগত কবি লক্ষ্মীপ্ৰসাদ দেৱকোটা দেৱৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ১১ নৱেম্বৰ দেওবাৰে বিশ্বনাথৰ অসম অৰুণাচল সীমান্তৱৰ্তী বালিচাঙত দিনযোৰা কাৰ্যসুচীৰে দেউছি আৰু ভাইলো  প্ৰতিযোগিতা অনুষ্ঠিতকৰা হয়।

কাৰ্যসূচী অনুসৰি, ১১ নৱেম্বৰৰ পুৱা বালিচাং আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ সভাপতি জয়ন্ত উপাধ্যায়ে পতাকা উত্তোলন কৰাৰ পিছতে কবি গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে পুষ্পাঞ্জলি অৰ্পণ কৰে  সাকোমাঠো সমবায় সমিতিৰ সভাপতি নাৰায়ণ উপাধ্যায় আৰু সম্পাদক লোহিত চেত্ৰীয়ে।

বিশ্বনাথৰ বিভিন্ন প্ৰান্তৰ যুৱক- যুৱতীৰ দলে অংশগ্ৰহণ কৰা দেউছি আৰু ভৈলী প্ৰতিযোগিতাখন উদ্বোধন কৰে আগছুৰ বিশ্বনাথ জিলাৰ সাধাৰণ সম্পাদক ঘনলাল বিশ্বকৰ্মাই। উক্ত অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে সদৌ অসম নেপালী সাহিত্য সভাৰ সম্পাদক মদন থাপা।

ক্ষেমৰাজ চেত্ৰীয়ে সঞ্চালনা কৰা অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী,  বিশ্বনাথ জিলা গোর্খা ছাত্ৰ সন্থাৰ সভাপতি দিলীপ গজুৰেল, বিশ্বনাথ জিলা গোর্খা ছাত্ৰ সন্থাৰ সম্পাদক ঘনলাল বিশ্বকৰ্মা, বিশ্বনাথ জিলা গোর্খা সন্মিলনৰ উপদেষ্টা হৰি প্ৰসাদ শৰ্মা, বিশ্বনাথ জিলা নেপালী সাহিত্য সভাৰ সম্পাদক হেমন্ত ভট্টৰাই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।

প্ৰতিযোগিতাখনত বিচাৰকৰ  দায়িত্ব গ্ৰহণ কৰে পূৰ্ণকুমাৰ শৰ্মা, তিলক শৰ্মা আৰু ৰেখা দেৱীয়ে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী দলসমুহক নগদ ধন,  মানপত্ৰ আৰু ট্ৰফীৰে সন্মান জনোৱা হয়।

Recent News

Jack Ma, Missing For Months, Emerges for First Ti

উৎকণ্ঠাৰ অৱসান: সন্ধান পোৱা গ’ল চীনৰ ধন কুবেৰ জেক মাৰ

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

ঘন কুঁৱলীৰ বাবে ইখনৰ পিছত সিখন গাড়ীৰ সংঘৰ্ষ, ১৪ জন লোকৰ মৃত্যু

nasal-covid-vaccine-1

ভাৰত বায়’টেকৰ নাকেৰে ড্ৰপৰ ৰূপত ল’ব পৰা ভেকচিনৰ পৰীক্ষণত অনুমোদন বিশেষজ্ঞ সমিতিৰ

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

যোৱা ২৪ ঘণ্টাত ১৩,৮২৩ গৰাকী ক’ৰ’নাত আক্ৰান্ত, ২ লাখৰ তললৈ নামিল সক্ৰিয় ৰোগীৰ সংখ্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd