DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাত আক্ৰান্ত হৈছে নেকি মিষ্টাৰ পাৰ্ফেক্টচনিষ্ট!: আমিৰ খানৰ আৱাসত কোভিড১৯!!

এন ই নাও নিউজ by এন ই নাও নিউজ
June 30, 2020 3:07 pm
aamir-khan-759
4.3k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ মিষ্টাৰ পাৰ্ফেক্টচনিষ্ট আমিৰ খানৰ চ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টে আতংকৰ সৃষ্টি কৰিছে বলিউদত।

ইনষ্টাগ্ৰামত বলিউদৰ জনপ্ৰিয় অভিনেতাজনে জনাইছে যে, তেওঁৰ কেবাজনো কৰ্মচাৰী মাৰাত্মক কোভিড১৯ত আক্ৰান্ত হৈছে।

এই খবৰ পোৱাৰ মাত্ৰকে বুম্বাই পৌৰ নিগমে(বিএমচি) তাৎক্ষণিকভাৱে আমিৰ খানৰ বাকী সকলো কৰ্মচাৰীকে কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰিছে।

আমিৰ খানে প্ৰকাশ কৰিছে যে তেওঁ পত্নী কীৰণ ৰাওৰ শ্বাৱ টেষ্ট কৰা হৈছে আৰু তেওঁৰ ফলাফল নিগেটিভ আহিছে।

আনহাতে অভিনেতাগৰাকীৰ মাতৃৰো স্বাস্থ্য পৰীক্ষা কৰোৱা হ’ব জানিব পৰা গৈছে।

“মাকো পৰীক্ষা কৰা হ’ব। আপোনালোকে প্ৰাৰ্থনা কৰক, মাৰো যাতে সকলোৰে দৰে ৰিজাল্ট নিগেটিভ আহে।” জনপ্ৰিয় অভিনেতাজনে লিখিছে।

আমিৰ খানে বিএমচিৰ তৎপৰতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।

অতি ক্ষীপ্ৰতাৰে সকলোবোৰ চম্ভালি লোৱাৰ বিএমচি কৰ্তৃপক্ষৰ দায়িত্ববোধক প্ৰশংসনীয় বুলি অভিহিত কৰিছে প্ৰসিদ্ধ অভিনেতা গৰাকীয়ে।

মুম্বাইৰ কোকিলাবেন হাস্পতালৰ কৰ্তৃপক্ষকো ধন্যবাদ জ্ঞাপন কৰিছে আমিৰ খানে।

Tags: COVID-19

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd