DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

গুজৰাটত মুখ ঠেকেচা আপ আৰু কংগ্ৰেছৰ : বিজয়ৰ দিশে সংঘ বাহিনী

কংগ্ৰেছে এতিয়ালৈ আগুৱাই আছে ১৯ খন আসনত। আানহাতে ১ বজালৈকে মাত্ৰ ৬ খন আসন হে লীড কৰিব পাৰিছে আম আদমী পাৰ্টিয়ে।

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
December 8, 2022 1:25 pm
118
VIEWS
Share on FacebookShare on Twitter

আজি চলি আছে বিতৰ্কিত আৰু চৰ্চিত গুজৰাট বিধান সভা নিৰ্বাচনৰ ভোট গণনা। ৰাজনৈতিক মহলৰ আশংকা মতেই গুজৰাটৰ ভোট গণনাই দিছে ভাৰতীয় জনতা পাৰ্টিৰ বিজয়ৰ সম্ভেদ।

গুজৰাট বিধান সভাৰ মুঠ ১৮২ খন আসনৰ অধিকাংশ আসনতেই আগবাঢ়ি আছে ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টি পুনৰ শাসনলৈ আহিব নেকি বিজেপিৰ দুই মহাৰথী প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃ্হমন্ত্ৰী অমিত শ্বাহৰ গৃ্হৰাজ্য গুজৰাটত? ইতিমধ্যে পৰিস্ফূট হৈ পৰিছে এই প্ৰশ্নৰ উত্তৰ।

১ বজালৈকে হোৱা গণনা অনুসৰি গুজৰাটত ১৫৪ খন আসনত আগুৱাই আছে ভাৰতীয় জনতা পাৰ্টি।

কংগ্ৰেছে এতিয়ালৈ আগুৱাই আছে ১৯ খন আসনত।

আানহাতে ১ বজালৈকে মাত্ৰ ৬ খন আসন হে লীড কৰিব পাৰিছে আম আদমী পাৰ্টিয়ে।

আাৰু ৩ খন আসনত আগুৱাই আছে অন্যান্য দলৰ প্ৰাৰ্থী।

উল্লেখ্য যে গুজৰাট বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ আৰু আম আদমী পাৰ্টি এই তিনিওটা দলেই হাড়ক পানী কৰি কৰিছিল নিৰ্বাচনী প্ৰচাৰ। বিৰোধীৰ শক্তিশালী প্ৰচাৰত শংকিত হৈ পৰিছিল বিজেপি। যাৰ বাবে দেশৰ চুকে কোণে থকা সকলো ৰথী মহাৰথী বিজেপি নেতাক নমোৱা হৈছিল গুজৰাট বিধান সভাৰ নিৰ্বাচনী প্ৰচাৰত।

গুজৰাটত ভাল ফলাফলৰ আশা কৰিছিল ৰাহুল গান্ধী আৰু কেজৰিৱালে। সংবাদ মাধ্যমতো এই দুই বিৰোধীয়ে বিজেপিক আঁতৰাই নিজৰ চৰকাৰ প্ৰতিষ্ঠা কৰাৰ কথা বীৰদৰ্পে ঘোষণা কৰিছিল। পিছে হৈ থকা ভোট গণনাৰ গতি বিধিয়ে চেঁচা পানী ঢালিছে দুই বিৰোধী ৰাহুল আৰু কেজৰিৱাল বাহিনীৰ আশাত।

যি কি নকওক গুজৰাটৰ লগতে হিমাচলত হৈ থকা বিধান সভাৰ নিৰ্বাচনৰ ভোট গণনাত আগবাঢ়ি আছে কংগ্ৰেছ। গুজৰাটক লৈ দুখী হ’লেও হিমাচলৰ ফলাফলক লৈ সুখী হৈ পৰিছে ৰাহুল। ঠিক তেনেদৰে কোনো এখন ৰাজ্যত ভাল ফলাফল দেখুৱাব নোৱাৰিলেও বুধবাৰে দিল্লী পৌৰ সভাৰ নিৰ্বাচনত ১৫ বছৰীয়া বিজেপিক আঁতৰাই আপে পৌৰ সভা দখল কৰে। এতিয়া সেই সুখতেই শান্তনা লৈছে অৰবিন্দ কেজৰিৱালে।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd