• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০ জুনৰ পৰা অসম ভ্ৰমণ কৰিব আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে আৰম্ভ কৰিব প্ৰস্তুতি; সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাকো স্মৰণ কৰিব আপে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 17, 2024 12:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আম আদমি পাৰ্টীৰ জ্যেষ্ঠ নেতা তথা দিল্লী চৰকাৰৰ কেবিনেট মন্ত্ৰী গোপাল ৰায়ে  চাৰিদিনীয়া কাৰ্যসূচী লৈ অহা ২০ জুনত গুৱাহাটীত উপস্থিত হ’বহি। এক সংবাদমেল সম্বোধন কৰি আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে এই কথা জানিবলৈ দিয়ে।

২০২৪ৰ সাধাৰণ নিৰ্বাচন শেষ হোৱাৰ পাছত দলৰ শীৰ্ষ নেতৃত্বই অসমত ২০২৬ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে দৃষ্টি কেন্দ্ৰীভূত কৰিছে আৰু ইয়াৰ অংশ হিচাপে আপৰ জ্যেষ্ঠ নেতাগৰাকী অসমলৈ আহিব।

২০ জুনৰ দুপৰীয়া তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ পোনে পোনে কামাখ্যা মন্দিৰ দৰ্শন কৰিব। ইয়াৰ পাছতে তেওঁ মাছখোৱাস্থিত আই টি এ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত এক দলীয় কৰ্মীসভাত অংশ গ্ৰহণ কৰিব।

Apply Now

লগতে পঢ়কঃ বেংকৰ চাকৰি দিয়াৰ প্ৰলোভনেৰে দলবদ্ধ ধৰ্ষণ যুৱতীক; মূল অভিযুক্ত যুৱতীৰ ইনষ্টাগ্ৰামৰ বন্ধু

সংবাদমেলত উপস্থিত থকা আপৰ ছাত্ৰ সংগঠন ছাত্ৰ-যুৱ সংগ্ৰাম সমিতিৰ ৰাজ্যিক সভাপতি দিব্যজ্যোতি কুলিয়ে কয় যে গুৱাহাটীত থকা সময়ছোৱাত গোপাল ৰায়ে ছাত্ৰ-যুৱ সংগ্ৰাম সমিতি (CYSS)ৰ উদ্যোগত দেশৰ নিবনুৱা সমস্যা সন্দৰ্ভত হ’বলগীয়া এক আলোচনা সভা (ৰোজগাৰ সংবাদ)তো অংশ গ্ৰহণ কৰিব।

আপ অসমৰ মিডিয়া শাখাৰ তত্ত্বাৱধায়ক হেমন্ত ফুকনে জানিবলৈ দিয়ে যে ৰাভা দিৱসৰ লগত সংগতি ৰাখি আম আদমি পাৰ্টীয়ে আই টি এ সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত সেইদিনা সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। দুখীয়া-নিছলা, মজদুৰ, শ্ৰমিক, কৃষকক জমিদাৰ-পুঁজিপতিৰ বঞ্চনাৰ পৰা মুক্ত কৰিবলৈ সৈনিক শিল্পীজনে যি বিপ্লৱ আৰম্ভ কৰিছিল, সেই বিপ্লৱ এতিয়াও অন্ত হোৱা নাই। বিষ্ণুপ্ৰসাদ ৰাভাই আৰম্ভ কৰা এই বিপ্লৱৰ অগনি আম আদমি পাৰ্টীয়ে আগবঢ়াই লৈ যাবলৈ অংগীকাৰবদ্ধ হৈছে। গোপাল ৰায় ডাঙৰীয়াই বিষ্ণুপ্ৰসাদ ৰাভালৈ পুষ্পাঞ্জলি অৰ্পণ কৰি আপ-অসমৰ এই বৈপ্লৱিক কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব।

লগতে পঢ়কঃ শিয়ালদহ অভিমুখী কাঞ্চনজংঘা এক্সপ্ৰেছত মালগাড়ীৰ খুন্দা; মৃত ৫জন, আহত বহু যাত্ৰী

আজিৰ সংবাদমেলত আপ অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱাও উপস্থিত থাকে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am
শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে উজলিল যুৱ প্ৰতিভা, সফল সামৰণি দুদিনীয়া ঐতিহ্য উৎসৱৰ

October 9, 2026 9:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd