• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিৰ্বাচনী যুদ্ধ! দুলীয়াজানত বিশাল ৰোড শ্ব’ৰ নেতৃত্ব দিলে আপ নেত্ৰী আতিশী মাৰ্লেনাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2024 9:06 am
দুলীয়াজানত আম আদমি পাৰ্টিৰ নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাৰ  বিশাল ৰোড শ্ব’।

দুলীয়াজানত আম আদমি পাৰ্টিৰ নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাৰ বিশাল ৰোড শ্ব’।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিব্ৰুগড় লোকসভাৰ আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা আপ প্ৰাৰ্থী মনোজ ধনোৱাৰৰ সমৰ্থনত সোমবাৰে দুলীয়াজান চহৰত আম আদমি পাৰ্টিৰ নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাই এক বিশাল ৰোড শ্ব’ৰ নেতৃত্ব দিয়ে।

দুলীয়াজান চহৰৰ মাজেৰে পাৰ হৈ গৌৰৱেৰে দলীয় পতাকা তুলি ধৰি আৰু শ্লোগান দি বহু আপ সমৰ্থকে শোভাযাত্ৰাত যোগদান কৰে। সেই দৃশ্যৰ সাক্ষী হ’বলৈ আৰু আতিশী মাৰ্লেনাৰ ভাষণ শুনিবলৈ আগ্ৰহী বহু লোক গোট খাইছিল। বিশাল সমাৱেশক সম্বোধন কৰি অতিশীয়ে ৰাইজলৈ আন্তৰিক ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰে।

তেওঁ কয়, ‘অসমৰ ৰাইজে অৰবিন্দ কেজৰিৱালক ধাৰাবাহিকভাৱে মৰম আৰু আশীৰ্বাদেৰে আকোৱালি লৈছে। গুৱাহাটী পৌৰ নিগম আৰু তিনিচুকীয়া পৌৰ সভাৰ নিৰ্বাচনত জয়লাভ অপ্ৰত্যাশিত আছিল যদিও সেই বিজয়ৰ দ্বাৰা অৰবিন্দ কেজৰিৱালৰ প্ৰতি জনসাধাৰণৰ যি আস্থা আৰু মৰম আছে তাকেই প্ৰতিফলিত কৰে।”

Apply Now

লগতে পঢ়কঃ IPL 2024: সোমবাৰে নিশা কলকাতাৰ টোপনি কাঢ়িলে চেন্নাইয়ে; বেটে-বলে অদমনীয় ছুপাৰ কিংছ

তেওঁ কয়, “বিশ্বমানৰ বিদ্যালয় আৰু চিকিৎসালয় স্থাপন, মহিলাসকলৰ বাবে বিনামূলীয়া বাছ যাত্ৰাৰ ব্যৱস্থা কৰা, যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি কৰা আদি প্ৰতিশ্ৰুতি পূৰণৰ প্ৰতি তেওঁৰ দায়বদ্ধতাই সকলোকে আকৃষ্ট কৰিছে।”

তেওঁ লগতে কয়, “অসমত হাজাৰ হাজাৰ বিদ্যালয় বন্ধ হৈ গৈছে, চিকিৎসালয়ত অত্যাৱশ্যকীয় ঔষধৰ অভাৱ, চাহ বাগিচাৰ শ্ৰমিকসকলে সামান্য দৈনিক মজুৰিৰ বাবে যুঁজিছে। নিৰ্বাচনৰ পূৰ্বে বিৰাট প্ৰতিশ্ৰুতি দিয়াৰ পিছতো বিজেপিয়ে নিজৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে।”

আতিশীয়ে কয়, “আম আদমী পাৰ্টিয়ে অসমক দৃষ্টান্তমূলক শিক্ষানুষ্ঠান, শক্তিশালী স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে, আৰু চাহ খেতিয়কসকলৰ বাবে ন্যায্য মজুৰি, মাটিৰ পট্টা, আৰু নূন্যতম সমৰ্থন মূল্য নিশ্চিত কৰি চাহ বাগিচাৰ শ্ৰমিকৰ দুৰ্দশাৰ সমাধানৰ প্ৰতিশ্ৰুতি দিছে। এয়া আপ আৰু অৰবিন্দ কেজৰিৱালৰ অদম্য প্ৰতিশ্ৰুতি।”

লগতে পঢ়কঃ দৈৱৰ দুৰ্বিপাক! জৰুৰী পৰিস্থিতিৰ অচিলাৰে কাৰ্যালয়ৰ পৰা লৈছিল ছুটী, টেলিভিচনত লাইভত দেখিল বচে

বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈৰ দুৰ্গক প্ৰত্যাহ্বান জনাই ডিব্ৰুগড় লোকসভা আসনৰ বাবে আপৰ প্ৰতিদ্বন্দ্বী মনোজ ধানোৱাৰক ভোটদান কৰিবলৈ আতিশীয়ে ৰাইজক আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd