• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিজেপিৰ ছিণ্ডিকেটৰাজ বন্ধ কৰিবলৈ অসমত লাগে ‘সিংঘম’ৰ দৰে আৰক্ষী বিষয়া : ডাঃ ভবেন চৌধুৰী

ঋণ নোলোৱাকৈ চৰকাৰ চলাব নোৱাৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই :  আপ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2023 8:25 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত আজি ‘সিংঘম’ ৰ দৰে আৰক্ষী বিষয়াৰ প্ৰয়োজন ৰাইজে উপলব্ধি কৰিছে আৰু তেতিয়াহে অসমত বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা ‘ছিণ্ডিকেটৰাজ’ বন্ধ হ’ব। গুৱাহাটীত আজি দলীয় ৰাজ্যিক কৰ্মী সভা সম্বোধন কৰি সংবাদ মাধ্যমৰ আগত আপ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি এইদৰে আক্ৰমণাত্মক হৈ পৰে। 

তেওঁ লগতে কয় যে আজি সৰ্বত্ৰ বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কৰ নেতৃত্বতে সমগ্র ৰাজ্যজুৰি ছিণ্ডিকেটৰাজ চলিছে। বিজেপিৰ শাসনত অসমৰ ৰাজকোষত দেউলীয়া অৱস্থা আজি স্পষ্ট হৈ পৰিছে। এই পৰ্যন্ত ১ লাখ ৫০ হাজাৰ কোটি টকাৰ অধিক ধাৰত পোত গৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। বৰ্তমানৰ চৰকাৰে লোৱা খ৷ণৰ বিনিময়ত বছৰি ৭ হাজাৰ কোটি টকাতকৈয়ো অধিক সুত ভৰিবলগীয়া হৈছে। এতিয়া যেন ঋণ নোলোৱাকৈ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে চলাব নোৱাৰা হৈ পৰিছে৷ তাৰ বিপৰীতে দিল্লী আৰু পাঞ্জাৱত ‘আপ’ চৰকাৰে ঋণ নোলোৱাকৈ জনসাধাৰণক বিনামূলীয়া সুবিধা দি লাভত চলি আছে। 

Apply Now

চমক সৃষ্টিৰ বাবে অমৃত বৃক্ষ, অমৃত কলহ, খেল মহাৰণ আদি বিভিন্ন অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰি কোটি কোটি টকা। ইয়াৰ মাজতে শোচনীয় বিত্তীয় পৰিস্থিতিৰ জোৰা মাৰিবলৈ বিজেপি চৰকাৰখনে যোৱা মাহত ২০০০ কোটি আৰু ছেপ্তেম্বৰ, অক্টোবৰ মাহত ১৫০০ কোটি টকাৰ ঋণ লৈ চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে ২৫০০০ কোটি টকাৰ ঋণ লোৱাৰ লক্ষ্য লৈছে। 

যোৱা আঢ়ৈ বছৰৰ ভিতৰত চৰকাৰে লোৱা ঋণৰ পৰিমাণ হৈছে ৪৮ হেজাৰ কোটি টকা। ঋণ পৰিশোধ কৰাৰ বিপৰীতে এনেদৰে চৰকাৰখনে খ৷ণৰ বোজা বঢ়াই লৈ গৈ অসমক এক ভয়ংকৰ ভৱিষ্যতৰ ফালে লৈ গৈ আছে বুলি আম আদমি পাৰ্টীয়ে অভিযোগ উত্থাপন কৰে। 

যোৱা ৭ বছৰ ৬ মাহত বিজেপি চৰকাৰে অসমৰ ৰাইজক যিমান কোটিৰ ধৰুৱা কৰিলে তাৰ তথ্য সদৰী কৰি অহা বিধানসভাৰ অধিৱেশনৰ আগেয়ে এখন শ্বেতপত্ৰ প্রকাশ কৰিবলৈ মুখ্যমন্ত্ৰীক ‘আম আদমি পাৰ্টা” য়ে দাবী জনায় কয় যে এই তথ্য জনাৰ অধিকাৰ অসমৰ ৰাইজৰ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

পাকিস্তানৰ আকাশমাৰ্গত প্ৰৱেশ কৰিলে এয়াৰ ইণ্ডিয়াৰ বিমান : তদন্তৰ নিৰ্দেশ কৰ্তৃপক্ষৰ

June 25, 2026 3:15 pm
আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

আজিৰ ৰাজনীতি হৈ পৰিছে “যাদুকৰী বাস্তৱতা”

June 25, 2026 2:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

পৰিশোধ কৰিব লাগিব ১০০ কোটি টকাৰ ঋণ; নীৰৱ মোদীক লণ্ডনৰ আদালতৰ নিৰ্দেশ

June 25, 2026 3:34 pm
হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

হঠাৎ বাঢ়ি গ’ল পানীৰ সোঁত : কাবেৰী নদীত ফটো উঠিবলৈ গৈ একেটা পৰিয়ালৰ ৫ জনৰ সলিল সমাধি

June 25, 2026 3:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd