• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত গুৱাহাটীত আম আদমী পাৰ্টিৰ প্ৰতিবাদ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 9, 2020 6:09 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত গুৱাহাটী মহানগৰীত আম আদমী পাৰ্টিয়ে আজি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে।

অসম ৰাজ্যিক সমিতি আৰু গুৱাহাটী মহানগৰ জিলা সমিতিয়ে গুৱাহাটী ক্লাৱত এই প্ৰতিবাদী কৰ্য্যসূচী সাব্যস্ত কৰে।

Apply Now

খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা অভিযোগ তুলি অসম ৰাজ্যিক সমিতিৰ যুটীয়া সমন্বয়ক আব্দুল ৱাহিদে চৰকাৰক শীঘ্ৰে খাদ্য সামগ্ৰী মূল্য নিৰ্ধাৰণ কৰাৰ বাবে আবেদন জনায়।

ৱাহিদে আসাধু ব্যৱসায়ী সকলক নাকী লগাই নিয়ন্ত্ৰণ কৰাৰ বাবেও চৰকাৰৰ ওচৰত দাবী জনায়।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে সম্পূৰ্ণ সামাজিক দূৰত্ব মানি সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্য্যসূচীৰ সময়ত হাতে-হাতে মূল্যবৃদ্ধিৰ বিভিন্ন শ্লোগান লিখা থকা প্লেকাৰ্ড প্ৰদশৰ্ন কৰে প্ৰতিবাদকাৰী সকলে।

প্ৰতিবাদী কাৰ্যসূচীত আপৰ মহানগৰ জিলা সমিতিৰ নেতৃত্বয়ো অংশগ্ৰহণ কৰে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

November 1, 2026 11:02 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

November 1, 2026 10:18 am
শেষ প্ৰচেষ্টাও ব্যৰ্থ, এপষ্টেইন গোচৰত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প!

শেষ প্ৰচেষ্টাও ব্যৰ্থ, এপষ্টেইন গোচৰত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন ড’নাল্ড ট্ৰাম্প!

November 1, 2026 9:55 am
‘গোটেই বিজেপি চৰকাৰখনে পদত্যাগ কৰিব লাগিব’, মণিপুৰত বিশাল সমদল, কেন্দ্ৰকো ‘চূড়ান্ত’ বাৰ্তা

‘গোটেই বিজেপি চৰকাৰখনে পদত্যাগ কৰিব লাগিব’, মণিপুৰত বিশাল সমদল, কেন্দ্ৰকো ‘চূড়ান্ত’ বাৰ্তা

November 1, 2026 8:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

টকাৰ খক! IAS-IPS দম্পতীৰ বিৰুদ্ধে ৩৬টা ভিলা ক্ৰয়, কোটি কোটি টকাৰ সম্পত্তি গঢ়াৰ অভিযোগ, চলিছে তদন্ত

November 1, 2026 11:02 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

November 1, 2026 10:18 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd