• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে গণেশগুৰিত আপৰ বিক্ষোভ কাৰ্যসূচী

by
December 19, 2024 5:10 pm
402
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে আন্দোলনৰ পথ গ্ৰহণ কৰা বিৰোধী ৰাজনৈতিক দল আৰু বাতৰি পৰিবেশন কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰত আৰক্ষীয়ে চলোৱা আতিশয্যৰ প্ৰতিবাদত আজি বিক্ষোভ প্ৰদৰ্শন কৰে আম আদমী পাৰ্টিয়ে।

মহানগৰীৰ গণেশগুৰিস্থিত আপৰ কাৰ্যালয়ৰ সন্মুখত দলৰ মহিলা শক্তি আৰু যুৱ শক্তিৰ কৰ্মকৰ্তা সকলে প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

প্ৰশাসনৰ বাধা নেওচি আপৰ কৰ্মী সকলে ৰাজপথলৈ ওলাই আহে। বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ ৰাজভৱন যাত্ৰা কাৰ্যসূচীত আৰক্ষীয়ে চলোৱা বৰ্বৰতাৰ বিৰুদ্ধে সৰৱ হয় আপৰ ৰাজ্যিক উপ-সভাপতি অনুৰূপা ডেকাৰজা ।

চৰকাৰ তথা আৰক্ষীৰ ভূমিকাৰ সমালোচনা কৰি আপৰ নেতাগৰাকীয়ে কয়, “মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ অসম আৰক্ষীয়ে প্ৰতিবাদকাৰীক দমনৰ নামত লাঠিচালনাৰ লগতে অতিমাত্ৰা কন্দুৱা গেছ প্ৰয়োগৰ ফলত মৃদুল ইছলাম নামৰ এজন অধিবক্তাৰ মৃত্যু হয়। তদুপৰি আৰক্ষীৰ আতিশয্যত কেইবাগৰাকীও সাংবাদিক আহত হয়। এই ঘটনাই অসম চৰকাৰৰ গণতন্ত্ৰ বিৰোধী চৰিত্ৰ স্পষ্ট কৰিছে। আম আদমী পাৰ্টিয়ে চৰকাৰৰ এনে হিটলাৰী নীতিৰ তীব্ৰ বিৰোধিতা কৰি এই বিক্ষোভ কাৰ্যসূচী পালন কৰিছে। “

কাৰ্যসূচীত আপৰ যুৱ শক্তিৰ সৌৰভ কলিতা, মহিলা শক্তিৰ মঞ্জু ডেকা হুছেইন, অলকানন্দা ডেকাৰ লগতে বহুকেইগৰাকী দলীয় কৰ্মী উপস্থিত থাকে।

Recent News

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd