• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আছুৰ দখলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা

প্ৰথমবাৰৰ বাবে শীৰ্ষ পদত এগৰাকী ছাত্ৰী অধিষ্ঠিত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 25, 2018 5:34 pm

1 min read

GUSU_AASU
536
VIEWS
Share on FacebookShare on Twitter

এ বি ভি পি আৰু এন এছ য়ু আই, ছাত্ৰ মুক্তি আদিৰ প্ৰভাৱ আঁতৰাই আছুৰ প্ৰাৰ্থীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভা দখল কৰিছে।

আজি ঘোষিত ছাত্ৰ একতা সভা, ২০১৮-১৯ৰ নিৰ্বাচনত সভাপতিৰ পদত আছুৰ লাকীমণি বৰুৱা, সাধাৰণ সম্পাদকৰ পদত আছুৰ নয়নজ্যোতি গগৈ অধিষ্ঠিত হয়।

আনহাতে, সাংস্কৃতিক সম্পাদকৰ পদত হীৰকজ্যোতি শৰ্মা, সাহিত্য আৰু সুকুমাৰ কলা বিভাগৰ সম্পাদকৰ পদত নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব আগ বঢ়োৱা বিদ্যুৎ বিকাশ বৰুৱা, সংগীত বিভাগত আছুৰ প্ৰাৰ্থী অনন্যা বুমন শৰ্মা নিৰ্বাচিত হৈছে।

মূল ক্ৰীড়া বিভাগত আছুৰ শুভম দেৱ নিৰ্বাচিত হোৱাৰ বিপৰীতে লঘু ক্ৰীড়া বিভাগত নিৰ্বাচিত হৈছে ডেভিদ নাথ।

মন কৰিব লগীয়া যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভালৈ প্ৰথমবাৰৰ বাবে এগৰাকী ছাত্ৰীয়ে সভাপতিৰ পদটো দখল কৰিলে। সভানেত্ৰী লাকীমণি বৰুৱা ৰাজনীতিবিজ্ঞান বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী। তেওঁ প্ৰাক্তন কটনিয়ান। আনহাতে সাধাৰণ সম্পাদক নয়নজ্যোতি গগৈ ইউৰোপীয়ান ষ্টাডিজৰ ছাত্ৰ। গগৈৰ ঘৰ দৰঙত আৰু তেওঁ দৰং মহাবিদ্যালয়ৰো ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল।

এতিয়ালৈকে সম্পূৰ্ণ তালিকা হাতত পৰা নাই যদিও প্ৰায়বোৰ মূল পদত আছুৰ প্ৰাৰ্থী জয়ী হোৱা বুলি জানিব পৰা গৈছে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd