• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখা প্ৰাদেশীকৰণৰ দাবী আছুৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 25, 2020 5:44 pm
AASU demands provincialisation of science stream in Margherita College
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ অসম ছাত্ৰ সন্থাই মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ প্ৰাদেশীকৰণৰ দাবী জনাইছে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা অঞ্চলৰ উচ্চ শিক্ষাৰ অনুষ্ঠান মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাটো ২২ বছৰে প্ৰাদেশীকৰণৰ পৰা বঞ্চিত হৈ আছে।

Apply Now

মহাবিদ্যালয়খনৰ কলা আৰু বাণিজ্য শাখা দুটা প্ৰাদেশীকৃত হ’ল যদিও ১৯৯৮ চনতে উচ্চতৰ মাধ্যমিক আৰু ২০০০ চনত স্নাতক শ্ৰেণী আৰম্ভ হোৱা বিজ্ঞান শাখাটোৰ এতিয়াও হোৱা নাই।

বৃ্হত্তৰ অঞ্চলটোৰ বিজ্ঞানত উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠানটোৱে মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ লগতে কাষৰীয় অৰুণাচল প্ৰদেশৰ ছাত্ৰ ছাত্ৰীকো উপকৃত কৰি আহিছে।

ফলাফলৰ দিশৰ পৰাও প্ৰায় প্ৰতি বছৰে সন্তোষজনক ফলাফল প্ৰদৰ্শন কৰি আহিছে।

তৎসত্ত্বেও বিজ্ঞান শাখাটো অসম চৰকাৰে প্ৰাদেশীকৰণৰ আওতালৈ ননাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আছুৰ মাৰ্ঘেৰিটা আঞ্চলিকে।

আজি পুৱা দহ বজাৰ পৰা কলেজ খনৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰি অনতিপলমে কলেজখনৰ বিজ্ঞান শাখাটো প্ৰাদেশীকৰণ কৰাৰ দাবী জনায়।

আছুৰ সদস্যসকলে বিভিন্ন শ্লগানেৰে ধৰ্মঘটস্থলী উত্তাল কৰি তোলে। কুৰি জনৰো অধিক শিক্ষকে শিক্ষাদান কৰি অহা কলেজখনৰ বিজ্ঞান শাখাটো শীঘ্ৰে প্ৰাদেশীকৰণ কৰাৰ দাবী জনায়।

উল্লেখযোগ্য যে পূৰ্বেৰ কংগ্ৰেছ চৰকাৰ আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে মাৰ্ঘেৰিটা মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাটো প্ৰাদেশীকৰণ কৰা হ’ব বুলি নিৰ্বাচনৰ পূৰ্বে বা বিভিন্ন সভা-সমিতিত নেতা মন্ত্ৰীয়ে কৈ আহিছে যদিও সকলো ফুটকাৰ ফেনলৈ ৰূপান্তৰিত হৈছে।

মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি চিন্তু গগৈৰ নেতৃত্বত আজি অৱস্থানস্থলীত মাৰ্ঘেৰিটা মহাবিদ্যালয় খনৰ বিজ্ঞান শাখাৰ শিক্ষক-কৰ্মচাৰীসকলৰ লগতে মাৰ্ঘেৰিটা জ্যেষ্ঠ নাগৰিক সন্থা, মাৰ্ঘেৰিটা আহোম সভাৰ বিষয়ববীয়াসকলেও অংশগ্ৰহণ কৰে।

আজিৰ প্ৰতিবাদকাৰী সকলে অনতিপ্ৰলমে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ বিজ্ঞান শাখাটো প্ৰাদেশীকৰণৰ বাবে অসমৰ শিক্ষা মন্ত্ৰীক দাবী জনাইছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd