• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এয়া অসমৰ জনসাধাৰণ সজাগ আৰু সচেতন হৈ থকাৰ সময়; ৰাজ্যবাসীলৈ লুৰিণ জ্যোতি গগৈৰ আহ্বান

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
April 1, 2020 3:00 pm
1dedd620-23b1-4768-bf8b-0562ecaa68fe

লুৰীণজ্যোতি গগৈ

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত ক’ভিদ-১৯-ত আক্ৰান্ত হোৱা প্ৰথম গৰাকী ব্যক্তি চিনাক্ত হোৱাৰ পাছত পিছতে ৰাজ্যৰ জনসাধাৰণক অধিক সজাগ-সচেতন হোৱাৰ বাবে আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে।

নিজৰ ফেইচবুক পেইজৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গগৈয়ে ৰাইজক আহ্বান জনায় কয়, ‘‘বৰ্তমান সময় বিশ্বৰ লগতে অসমৰ জনতাৰ বাবে এক জটিল সন্ধিক্ষণ। সাৱধান-সজাগ হৈ থাকিব লাগিব। সকলোৱে ভয় পৰিহাৰ কৰি নিজৰ ঘৰৰ ভিতৰতে থাকক।স্বাস্থ্য বিভাগে দিয়া সকলো বিধি-বিধান সতৰ্কতাৰে গ্ৰহণ কৰক আৰু আনকো এই সম্পৰ্কত সজাগ-সচেতন কৰক।’’

Apply Now

আনহাতে, বহিঃৰাজ্যৰ পৰা ঘৰলৈ ঘুৰি অহা কোনো লোকে নিজৰ ভ্ৰমণ পৰিক্ৰমা গোপনে নাৰাখি প্ৰয়োজনীয় স্থাস্থ্য পৰীক্ষা কৰাৰ বাবেও গগৈয়ে সকলোকে আহ্বান জনায়।

তদুপৰি, অসমৰ বাহিৰত থকা ব্যক্তি সকলৰ লগত যোগসূত্ৰ স্থাপন কৰা বাবে চৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা বুলিও আছুৰ সাধাৰণ সম্পাদক গৰাকীয়ে কয়।

“এই সময় সজাগ-সচেতন আৰু সত্য নুলুকুৱাৰ সময়। মানুহৰ পৰা মানুহলৈ বিয়পাৰ পৰিৱেশ যাতে ভাইৰাছ বিধক কোনেও নিদিও তাৰ বাবে ক’ভিদ-১৯-ৰ শিকলি ডাল ভাঙি পেলাব লাগিব,” গগৈয়ে লগতে কয়।

নিজৰ নিজৰ অঞ্চলত যদি কোনো ব্যক্তি বাহিৰ পৰা আহি মনে-মনে ঘৰত যদি সোমাই আছে তেন্তে তেনে ব্যক্তিৰ খবৰ স্থানীয় ৰাইজে আৰক্ষী-প্ৰশাসনক দিয়াৰ বাবেও আহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাৰ নেতা লুৰিণ জ্যোতি গগৈয়ে।

ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলকো এই ক্ষেত্ৰত প্ৰশাসনৰ সৈতে যোগাযোগ ৰক্ষা কৰিবলৈ তেওঁ অনুৰোধ কৰে।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

ঝাৰখণ্ডত স্কুলীয়া ছাত্ৰীক অপহৰণ আৰু দুদিন ধৰি ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ লগে লগে অভিযুক্ত যুৱকক মৰিয়াই হত্যা ৰাইজৰ

August 5, 2026 6:50 pm
চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

চন্দ্ৰত খহি পৰিব স্পেচএক্সৰ ৰকেটৰ অংশ : নাছাই পৰ্যবেক্ষণ কৰিব এক বিৰল ঘটনা

August 5, 2026 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

অসমৰ বান সাহায্যৰ বাবে বেদান্তৰ ৭ কোটি টকাৰ অনুদান : অনিল আগৰৱালক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

August 5, 2026 8:53 pm
নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

নিপকোৱে এৰি দিলে দৈয়া বান্ধৰ পানী : নৈপৰীয়া লোকক সৰ্তক হ’বলৈ অনুৰোধ প্ৰশাসনৰ

August 5, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd