• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 22, 2021 7:15 pm

2 min read

AASU-TORCH-750x375
192
VIEWS
Share on FacebookShare on Twitter

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ জাগি উঠিছে সদৌ অসম ছাত্ৰ সন্থা।

‘কা’ৰ বিৰুদ্ধে আছুৱে ঘোষণা কৰা তিনি দিনীয়া আন্দোলনৰ কাৰ্যসূচীৰ আজিৰ প্ৰথম দিনটোতে ৰাজ্যজুৰি ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ লোকে।

তিনিদিনীয়া আন্দোলনৰ কাৰ্যসূচীৰ প্ৰথমটো দিনত  আজি আছুৰ কেন্দ্ৰীয় নেতৃত্বই শ্বহীদ ন্যাসৰ পৰা  উলিয়ায় এক দীঘলীয়া জোঁৰ সমদল।

আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে আন শীৰ্ষ নেতাই অংশগ্ৰহণ কৰা জোঁৰ সমদলটো শ্বহীদ ন্যাসৰ পৰা ওলোৱাৰ ক্ষন্তেক সময় পিছতে আৰক্ষীয়ে সমদলটোক বাধা প্ৰদান কৰে।

শান্তিপূৰ্ণ ভাবে কৰা জোঁৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰে সম্পূৰ্ণ ফেচিষ্ট মনোভাবেৰে আছুৰ জোঁৰ সমদলত  বাধা প্ৰদান কৰি জনতাৰ গণতান্ত্ৰিক অধিকাৰ কাঢ়ি নিয়া বুলি ভট্টাচাৰ্যই মন্তব্য কৰে।

আছুৰ সভাপতি দিপাংক নাথে কয় যে যেতিয়ালৈকে চৰকাৰে ‘কা’ বাতিল নকৰে তেতিয়ালৈকে আছুৱে আন্দোলন চলাই যাব।

ইপিনে তেজপুৰত আছুৰ আহ্বানত উলিওৱা জোঁৰ সমদলতো আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ লগতে সমদালকাৰীৰ ওপৰত আৰক্ষী আৰু অৰ্দ্ধ সামৰিক বাহিনীৰ জোৱানে বৰ্বৰোচিত ভাবে লাঠীচালনা কৰে।

ফলত আহত হয় কেইবাগৰাকীও ছাত্ৰ কৰ্মী। শিৱসাগৰতো  আজি আছুৱে জোঁৰ সমদল উলিয়ায়।

Recent News

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

210228015049-03-myanmar-protest-0228-mandalay-exlarge-169

ৰক্তাক্ত ম্যানমাৰ : আৰক্ষীৰ গুলীত নিহত সাতগৰাকী প্ৰতিবাদকাৰী; গুলীবিদ্ধ বহু প্ৰতিবাদকাৰী

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

মন কী বাত : তামিল ভাষা নজনাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দুখপ্ৰকাশ

1000_1200x768

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত হংকঙত ৪৭ বিৰোধী নেতাক গ্ৰেপ্তাৰ চীন নিয়ন্ত্ৰাধীন কৰ্তৃপক্ষৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd