• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কলাক্ষেত্ৰত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈলৈ গভীৰ শ্ৰদ্ধাঞ্জলি আছু নেতৃত্বৰ

গণতান্ত্ৰিক চিন্তা চর্চাৰে সমস্যা সমাধান কৰা এজন অভিজ্ঞ ৰাজনীতিবিদ হেৰুৱালো : সমুজ্জ্বল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 25, 2020 1:50 pm
16.3k
VIEWS
Share on FacebookShare on Twitter

প্ৰয়াত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈলৈ আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্য, সভাপতি দীপাংক নাথ আৰু প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

“এগৰাকী অভিজ্ঞ ৰাজনীতিবিদ হেৰুৱালো। গণতান্ত্ৰিক চিন্তা চর্চাৰে তেওঁ সমস্যাসমূহ সমাধানৰ চেষ্টা কৰিছিল। তেওঁ অসমৰ উন্নয়নৰ বাবে ন ন চিন্তা হাতত লৈ কাৰ্যব্যৱস্থা হাতত লৈছিলো,” শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সমুজ্জ্বল ভট্টাচাৰ্য্য কয়।

‘‘ক্ষমতালৈ আহিয়েই তেওঁ গুপ্তহত্যাৰ অৱসান ঘটাবলৈ সক্ষম হৈছিল। জ্বলন্ত বিদেশী সমস্যাৰ সমাধানৰ বাবে তেওঁ ইচ্ছা প্ৰকাশ কৰিছিল। সীমান্ত ছিল কৰা দাবীৰ প্ৰতি সঁহাৰি জনাই তেওঁ আছুৰ নেতৃত্বৰ সৈতে ভাৰত বাংলাদেশ সীমান্ত চাবলৈ গৈছিল আৰু পদক্ষেপ ল’বলৈ প্ৰয়াস কৰিছিল,’’ স্মৃতি সুঁৱৰি ভট্টাচাৰ্য্যই এইদৰে কয়।

আনহাতে, প্ৰধান মন্ত্ৰীৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ অসম চুক্তি ৰূপায়নক লৈ ত্রি পাক্ষিক আলোচনা অনুষ্ঠিত কৰাৰে পৰা আছুৰ আন্দোলনক তেওঁ গণতান্ত্ৰিকভাবে লৈ প্ৰধান মন্ত্ৰী স্তৰত আলোচনাত আগভাগ লৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নয়নৰ বাবেও পদক্ষেপ গ্ৰহণ কৰিছিল বুলি সদৌ অসম ছাত্ৰ সন্থাৰ জেষ্ঠ নেতা গৰাকীয়ে মতপ্ৰকাশ কৰে।

ইপিনে, আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে তৰুণ গগৈ জাতীয়তাবাদী নেতা হিচাপে সদায় মানুহৰ হৃদয়ত থাকিব বুলি উল্লেখ কৰে।

‘‘অসমৰ সামাজিক পৰিবেশ উন্নত কৰিবৰ বাবে, গুপ্ত হত্যা নিৰ্মূল কৰা ব্যক্তি জন আছিল তৰুণ গগৈ। উন্নয়নৰ ধাৰা তেওঁৰ দিনতে গতি কৰিছিল। বহু অসমৰ সমস্যা সমাধান কৰি ছাত্ৰ সন্থাৰ অসম চুক্তিৰ ৰূপায়ণৰ ক্ষেত্ৰতো লৈছিল পদক্ষেপ। অসমৰ ৰাইজে মনত ৰাখিব এই গৰাকী ব্যক্তিক,” লুৰিণ জ্যোতি গগৈয়ে পুনৰ কয়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd