• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমক দ্বিতীয় কাশ্মীৰ অথবা ত্ৰিপুৰা হ’বলৈ দিয়া নহ’ব : হাতত জোঁৰ লৈ সমুজ্জ্বলৰ হুংকাৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 31, 2019 10:22 pm

2 min read

WhatsApp Image 2019-01-31 at 21.01.08

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত বৃহস্পতিবাৰে কামৰূপ জিলা ছাত্ৰ সন্থাই উলিওৱা জোঁৰ সমদল। ফটো : নৰ্থইষ্ট নাও

781
VIEWS
Share on FacebookShare on Twitter

‘’অসমক দ্বিতীয় কাশ্মীৰ অথবা দ্বিতীয় ত্ৰিপুৰা হ’বলৈ দিয়া নহ’ব।‘’ আজি শ্বহীদ ন্যাসৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কামৰূপ জিলা ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত উলিওৱা এক ‘জোঁৰ সমদল’ত অংশগ্ৰহণ কৰি এই হুংকাৰ দিয়ে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

তেওঁ লগতে কয় যে ৰাজ্য সভাৰ অধিবেশনত যাতে এই জাতিধ্বংসী বিধেয়ক পাছ কৰিব নোৱাৰে, তাৰ বাবেই এই জোঁৰ সমদল বাহিৰ কৰা হৈছে।

তদুপৰি এই বিধেয়কৰ দ্বাৰা অসমীয়া ভাষা সংস্কৃতি, পৰিচয় নিঃশেষ হৈ যাব বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, ‘‘কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জাতিধ্বংসী সিদ্ধান্ত কেতিয়াও সহ্য কৰা নহ’ব’’ বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘’অসমত ১৯৭১ চনৰ পাছত অহা হিন্দু-মুছলমান কোনো বাংলাদেশী থাকিব নোৱাৰিব।‘’

‘’এই বিধেয়ক যিকোনো মূল্যৰ বিনিময়ত বাতিল হ’ব লাগিব।‘’ এই দাবী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ।

আনহাতে, উক্ত ‘জোঁৰ সমদল’ত অংশগ্ৰহণ কৰা আছুৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্য টুটু মণি কলিতাই নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘’কেন্দ্ৰীয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে ওকালতি কৰি এই বিধেয়কখন গৃহীত কৰিব বিচাৰিছে।‘’

তেওঁ লগতে কয়,‘’জাতিধ্বংসী বিধেয়কে উত্তৰ-পূৰ্বাঞ্চলৰ জনগাঁথনি নিঃশেষ কৰিব। বিশ্বৰ যিকোনো লোকে এই বিধেয়ক সমৰ্থন কৰিলেও এই বিধেয়ক বাতিল হ’বই লাগিব।‘’

উক্ত জোঁৰ সমদলত আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়াৰ লগতে আছুৰ সভাপতি দীপাংক নাথেও অংশগ্ৰহণ কৰে।

Recent News

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

a melas

অসম চুক্তিৰ ৬ নং দফা ৰূপায়ন আৰু বিদেশী সমস্যা সমাধানৰ দাবীত বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

a melas

ক্ষমতাত নথকা ট্ৰাম্পৰ সৈতে ফটো এখন উঠিবলৈও অনিচ্ছা মেলানিয়াৰ! চাওঁক ভিডিঅ’

couple died corona after celebrating 70th anniversary

মাৰাত্মক কৰ’না! নিজৰ ৭০তম বিবাহবাৰ্ষিকী উদযাপন কৰাৰ পাছতে কৰ’নাত মৃত্যু দম্পতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd