• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লুৰীণজ্যোতি গগৈৰ বিৰুদ্ধে কটু মন্তব্য কৰা শিল্পী বিপিন চাওদাঙক ডিব্ৰগড়ত নিষিদ্ধ কৰিলে আছুৱে

‘কা’ কি আগতে বুজা নাছিল, এতিয়াহে বুজিছে শিল্পীগৰাকীয়ে!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 27, 2021 12:30 pm

1 min read

singer-Bipin-Chawdang (1)
330
VIEWS
Share on FacebookShare on Twitter

সৌসিদিনা অসমৰ ‘কা’ বিৰোধী জনতাৰ কাষত থিয় হৈ ‘কা’ দাহ কৰাৰ আহ্বান জনোৱা শিল্পী বিপিন চাওদাঙে এতিয়া   স্থিতি সলনি কৰি ‘কা’ৰ সপক্ষে কথা কবলৈ আৰম্ভ কৰিছে।

বিজেপিৰ বিধায়ক বিমল বড়াৰ হৈ প্ৰচাৰ চলাই থকা শিল্পীগৰাকীয়ে শেহতীয়াকৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈৰ বিৰুদ্ধে কেতবোৰ বিতৰ্কিত মন্তব্য কৰাৰ কথাই বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

লুৰীঁণ জ্যোতি গগৈক নীচ মানসিকতাৰ ব্যক্তি বুলি ৰাজহুৱা ভাবে মন্তব্য কৰাৰ বাবেই ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই শিল্পীগৰাকীক ডিব্ৰুগড়ত সকলো কোনো অনষ্ঠান পৰিবেশন কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত লৈছে।

ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাইৰ সভাপতি বুলবুল দত্তই এই প্ৰসংগত আয়োজন কৰা এক সংবাদমেলত কয় যে শিল্পী বিপিন চাওদাঙে আছুৰ প্ৰাক্তন সভাপতি লুৰীণ জ্যোতি গগৈৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবেই তেওঁক ডিব্ৰুগড় জিলাত নিষিদ্ধ কৰা হৈছে।

আছুৱে শিল্পীগৰাকীয়ে কৰা মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিছে। উল্লেখ্য টিংখাঙৰ বিজেপিৰ এখন সভাত শিল্পী বিপিন চাওদাঙে লুৰীণ জ্যোতি গগৈৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰিছিল।

সেই সভা খনতে তেওঁ কৈছিল যে প্ৰথমে তেওঁ ‘কা’ৰ বিষয়ে একো নজনাকৈয়ে ‘কা’ বিৰোধী আন্দোলনত ভাগ লৈছিল।

এতিয়াহে তেওঁ বুজি পাইছে যে ‘কা’ কিমান এখন ভাল আইন।বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰা বিপিন চাওদাঙক আন কেইবাটাও সংগঠনেও উভতি ধৰিছে।

Recent News

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd