• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০২০ত বি টি চিত অন্ত পৰিব বি পি এফৰ আধিপত্য : সাংসদ শৰণীয়া

NE NOW NEWS এন ই নাও নিউজ
ধমধমা , June 6, 2019 10:42 am

1 min read

naba_kumar_sarania2

ইন্টাৰনেটৰ পৰা সংগৃহীত

901
VIEWS
Share on FacebookShare on Twitter

‘বি পি এফৰ কু শাসনৰ পৰা অহা বছৰ মুক্ত হ’ব বি টি চিৰ ৰাইজ। কিয়নো ২০২০ত অনুষ্ঠিত হ’ব লগীয়া বি টি চিৰ পৰিষদীয় নিৰ্বাচনত ৪০খন আসনৰ ২৭খনেই অবড়ো সুৰক্ষা সমিতিয়ে দখল কৰিব’। কোকৰাঝাৰ সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে লোকসভালৈ নিৰ্বাচিত হোৱা নৱ কুমাৰ শৰণীয়াই বুধবাৰে এই মন্তব্য কৰে।

উল্লেখ্য যে বুধবাৰে বাক্সা জিলাৰ ধমধমাত আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাই আয়োজন কৰা এখন সম্বৰ্ধনা সভাত সাংসদ শৰণীয়াই হাগ্ৰামা নেতৃত্বাধীন বি পি এফক উদ্দেশ্যি আৰু কয়, ‘বছৰত বি টি চিলৈ ৫ হাজাৰ কোটি টকা আহে। এই টকাৰে তেওঁলোকে বি টি চিৰ চেহেৰা সলনি কৰি দিব লাগিছিল। কিন্তু প্ৰকৃততে সেয়া হৈ উঠা নাই’।

আনহাতে অবড়ো বসতিপ্ৰধান অঞ্চল সমূহত হাগ্ৰামা মহিলাৰীয়ে উন্নয়নৰ বাবে একো কৰা নাই বুলিও অভিযোগ আনে সাংসদ শৰণীয়াই। ইয়াৰ উপৰি সাংসদ গৰাকীয়ে অতি আক্ষেপেৰে কয় যে বি পি এফ দলে ৰাজ্য চৰকাৰৰ অংশীদাৰ হিচাপে চৰকাৰত তিনিজনকৈ কেবিনেট মন্ত্ৰী লাভ কৰাৰ পাছতো বি টি চি ৰাইজৰ আৰ্থ-সামাজিক উন্নয়ন নহ’ল।

উল্লেখ্য যে বুধবাৰে ধমধমাৰ শৰণীয়া কৃষ্টি সংঘত দ্বিতীয়বাৰৰ বাবে সাংসদ হোৱা শৰণীয়াক সম্বৰ্ধনা জনোৱা হয়। ধমধমা আঞ্চলিক শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সাংসদ গৰাকীক সম্বৰ্ধনা জনায়।

Recent News

Ice-cream

চীনত এইবাৰ ‘ক’ৰ’ণাত আক্ৰান্ত’ হ’ল তিনিটাকৈ আইচক্রীম! তাৰপিছত কি কৰিলে চৰকাৰে?

Salman Khan

কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰ : আদালতত অনুপস্থিত থাকি বিপদত অভিনেতা চলমান খান!

a modi

পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত গৰিষ্ঠসংখ্যক দেশবাসীয়ে বিচাৰে মোদীক, সমীক্ষাত ম্লান পৰিল ৰাহুলৰ জনপ্ৰিয়তা

WhatsApp Image 2021-01-17 at 12.59.23 PM

গাব্বাত দুৰ্দান্ত প্ৰদৰ্শন নৱাগত তাৰকা শাৰ্দুল-সুন্দৰৰ; ভংগ কৰিলে ৩০ বছৰ পুৰণি অভিলেখ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd