DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

চীনৰ কৱলত পৰা অৰুণাচলী কিশোৰক কৰা হৈছিল শাৰিৰীক নিৰ্যাতন, ইলেক্ট্ৰিক শ্বক্; অভিযোগ পিতৃৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 2, 2022 8:27 am
Abducted Arunachal teen
201
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা কিছুদিন পূৰ্বে চীনা সেনাই কৰায়ত্ত কৰা অৰুণাচলৰ কিশোৰ মিৰাম টাৰনক সেনাৰ জিম্মাত কৰা হৈছিল অমানুষিক শাৰীৰিক নিৰ্যাতন। এই অভিযোগ উত্থাপন কৰিছে টাৰনৰ পিতৃয়ে।

টাৰনৰ পিতৃ ওপাং টাৰনে কয় যে চীনা সৈন্যই মিৰাম টাৰনক বন্দী কৰি নিজৰ জিম্মাত ৰখা অৱস্থাত শৰীৰৰ পিছফালে আঘাত কৰাৰ লগতে ইলেক্ট্ৰিক শ্বক্ দিছিল।

উল্লেখ্য যে ১৭ বছৰীয়া মিৰামক ১৮ জানুৱাৰীত চীনা সেনাই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰৰ লুংটা জোৰ অঞ্চলৰ পৰা সীমা অতিক্ৰম কৰাৰ অভিযোগত কৰায়ত্ত কৰিছিল।

পিছত চীনা সেনাই ২৭ জানুৱাৰীত আনজাও জিলাৰ কিবিথুৰ ৱাচা-দামাইত মিৰামক ভাৰতীয় সেনাক হস্তান্তৰ কৰে।

সোমবাৰে সন্ধিয়া উজনি চিয়াং জিলাৰ টুটিংত এক অনুষ্ঠানত ভাৰতীয় সেনাই মিৰাম টাৰনক তেওঁৰ পিতৃ-মাতৃৰ সৈতে পুনৰ মিলিত কৰে।

ঘৰলৈ উভতি অহাৰ পিছত স্থানীয় প্ৰশাসন আৰু পঞ্চায়ত নেতাসকলে মিৰামক উষ্ম আদৰণি জনায়।

মিৰামৰ দেউতাক ওপাং টাৰনে কয় যে তেওঁৰ পুত্ৰ মানসিকভাৱে ভাগৰি পৰিছিল। এই সমগ্ৰ ঘটনাটোৰ বাবে তেওঁ যথেষ্ট ভয় খাইছিল।

চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ জিম্মাত থকা অৱস্থাত তেওঁক এসপ্তাহতকৈও অধিক সময় বান্ধি ৰখা হৈছিল আৰু চকুত পটি বান্ধি ৰখা হৈছিল বুলি অভিযোগ কৰে মিৰামৰ পিতৃয়ে।

“মিৰাম এতিয়াও হতবাক হৈ আছে। জিম্মাত থকা সময়ত মিৰামক শৰীৰৰ পিছফালে লাথি মাৰিছিল আৰু আৰম্ভণিতে মৃদু বৈদ্যুতিক শ্বক দিয়া হৈছিল।”- ওপাং টাৰণে কয়।

তেওঁ লগতে কয়, “বেছিভাগ সময় মিৰামক চকুত পটি বান্ধি ৰখা হৈছিল। খোৱাৰ সময়তহে তেওঁলোকে মিৰামক খুলি দিছিল। অৱশ্যে তেওঁলোকে মিৰামক পৰ্যাপ্ত খাদ্য প্ৰদান কৰিছিল।” অনুষ্ঠানটোত সাংবাদিকসকলক ওপাং টাৰনে কয়।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd