DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নীল-অভি হত্যা: নগাৱঁৰ আদালতত পুনৰ হাজিৰ কৰোৱা হ’ব সাক্ষী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 11, 2019 9:01 pm
Abhi-NeelAbhi-Neel Abhi-Neel murder case: Witness to be reproduced in Nagaon session court

অভি-নীলৰ ফাইল ফটো।

1.3k
VIEWS
Share on FacebookShare on Twitter

যোৱা বছৰ ৮ জুনত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ ১৭নম্বৰ সাক্ষী নোমল বসুমতাৰীক বুধবাৰে পুনৰবাৰ হাজিৰ কৰোৱা হ’ব নগাওঁ সত্ৰ আদালতত।

মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰটো সম্পৰ্কীয় এক শুনানিৰ পিছতে এই কথা জানিবলৈ দিয়ে গুচৰীয়া পক্ষৰ অধিবক্তা বিজন মহাজনে।

‘উচ্চ ন্যায়ালয়ে এই ৰায়দান কৰে যে নিম্ন আদালতৰ যি ৰায়দান আছিল তাত উচ্চ ন্যায়ালয়ে হস্তক্ষেপ কৰা নাই, নিম্ন আদালতৰ হুকুমেই বাহাল থাকিব। কাইলৈ যিগৰাকী সাক্ষী নোমল বসুমতাৰীক পুনৰ নগাওঁ চেশ্যন আদালতত হাজিৰ কৰাব আৰু পুনৰ পৰীক্ষণ কৰিব।‘ মহাজনে কয়।

নগাওঁ সত্ৰ আদালতে দিয়া হুকুম নামাঞ্জুৰ কৰিবলৈ ডকমকা কাণ্ডৰ চাৰিজন কাৰাৰুদ্ধ আচামীয়ে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।

তেওঁ কয় ‘কাইলৈ তেওঁক পুনৰ পৰীক্ষণ কৰাৰ দিন। আজি ডকমকা কাণ্ডৰ চাৰিজন আচামীয়ে উচ্চ ন্যায়ালয়ৰ এখন আবেদন দাখিল কৰিছে। যোৱা ৭ জুনৰ দিনা চেশ্যন আদালতে নোমল বসুমতাৰীক পুনৰ পৰীক্ষণ কৰিবলৈ হুকুম জাৰি কৰিছিল। এইটো নামাঞ্জুৰ কৰিব লাগে বুলি আচামীয়ে আবেদন জনাইছিল।‘

‘চেশ্যন আদালতে এটা ৰায়দান কৰিছিল যে এই গোচৰটোৰ ১৭ নম্বৰ সাক্ষী নোমল বসুমতাৰীয়ে তেওঁৰ ১৬৪ ষ্টেইটমেন্টত যিবিলাক আচামীক চিনাক্ত কৰিছিল, সেই আচামীবিলাকৰ নাম আদালতৰ আগত দিয়া ভাষ্যত ব্যক্ত কৰা নাছিল। তাৰ পৰিপ্ৰেক্ষিতত প্ৰচিকিউচনে সাক্ষীজনক পুনৰ মাতিব লাগে বুলি আৰু পুনৰীক্ষণ কৰিব লাগে বুলি নগাওঁ চেশ্যন আদালতে হুকুম জাৰি কৰিছিল।‘ এইদৰে অধিবক্তা মহাজনে কয়।

আনহাতে, মঙ্গলবাৰে উচ্চ ন্যায়ালয়ত উক্ত গোচৰক লৈ দীঘলীয়া শুনানি হয় বুলি মন্তব্য কৰি মহাজনে কয় ‘ডকমকা গোচৰত অভিযুক্ত চাৰিজন কাৰাৰুদ্ধৰ হৈ যুক্তি প্ৰদৰ্শন কৰে। চেশ্যন আদালতৰ হুকুম যাতে খাৰিজ কৰিব নোৱাৰে তাৰ বাবে অসম চৰকাৰৰ হৈ অধিবক্তা পি পি বৰুৱাই প্ৰবল যুক্তি দৰ্শায়। পৰিয়ালবৰ্গৰ হৈ আমি নিজে যুক্তি দাঙি ধৰো।‘

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd