• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ধৰ্মঘট : আজি দেশজুৰি বন্ধ থাকিব প্ৰায় ৮ লাখ ঔষধৰ দোকান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 20, 2026 7:58 am
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি হাজাৰ হাজাৰ ঔষধৰ দোকান এদিনৰ বাবে বন্ধ থকাৰ বাবে সাধাৰণ ৰাইজ চিন্তিত হৈ পৰিছে। অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্টছ এণ্ড ড্ৰাগিষ্টছ চমুকৈ এআইঅ’চিডিয়ে ২০ মে’ অৰ্থাৎ আজি সমগ্ৰ দেশতে ধৰ্মঘটৰ ঘোষণা কৰিছে। প্ৰায় ১২.৪ লাখতকৈও অধিক কেমিষ্ট, ফাৰ্মাচিষ্ট আৰু ঔষধ যোগানকাৰীক প্ৰতিনিধিত্ব কৰা এই সংগঠনটোৱে ই-ফাৰ্মাচী অৰ্থাৎ অনলাইন ঔষধ ব্যৱসায়ৰ নিয়মসমূহৰ ত্ৰুটি দূৰ কৰাৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰিছে। অৱশ্যে কেন্দ্ৰীয় চৰকাৰে আশ্বাস দিছে যে এই ধৰ্মঘটৰ ফলত জনসাধাৰণে ঔষধৰ কোনো নাটনিৰ সন্মুখীন হ’বলগীয়া নহয়।

এই ধৰ্মঘটৰ মূল কাৰণ হৈছে অনলাইন ফাৰ্মাচী আৰু ক্ষিপ্ৰভাৱে ঔষধ যোগান ধৰা বিভিন্ন ম’বাইল এপসমূহৰ বাবে কোনো স্পষ্ট নিয়ম নথকাটো। সংগঠনটোৰ অভিযোগ অনুসৰি অনলাইন ব্যৱস্থাত ডাক্তৰৰ প্ৰেছক্ৰিৰিপচন পৰীক্ষা কৰাৰ সঠিক পদ্ধতি নাই আৰু কোনটো নিয়মেৰে ঔষধ যোগান ধৰা হ’ব সেইটোও স্পষ্ট নহয়। ইয়াৰ উপৰি আইন উলংঘা কৰিলে জবাবদিহি কৰাৰ কোনো ব্যৱস্থাও ইয়াত নাই। চৰকাৰে জাৰি কৰা দুটা বিশেষ নিয়মৰ বাবে অনলাইন ফাৰ্মাচীবোৰে কোনো স্পষ্ট আইন নোহোৱাকৈয়ে চলি থকাৰ সুযোগ পাইছে আৰু এই আইনী ফাঁকৰ বাবে তেওঁলোকে কোনো তদাৰক অবিহনেই ব্যৱসায় চলাই আছে। সেয়েহে সংগঠনটোৱে এই নিয়ম দুটা অতি সোনকালে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে।

Apply Now

সংগঠনটোৰ সাধাৰণ সম্পাদক ৰাজীৱ সিংঘলে জনোৱা মতে বহুতো অনলাইন ফাৰ্মাচী আৰু ইনষ্টেণ্ট ডেলিভাৰী প্লেটফৰ্মে ভুৱা বা ভুল প্ৰেছক্ৰিৰিপচনৰ ভিত্তিত ঔষধ যোগান ধৰি আহিছে। তেওঁৰ দাবী যে অনলাইন ফাৰ্মাচীবোৰকো সাধাৰণ দোকানবোৰৰ দৰেই কঠোৰ নিয়মৰ অধীনলৈ আনিব লাগে। এই ধৰ্মঘটৰ বাবে দিল্লীত প্ৰায় ১৫ হাজাৰ আৰু সমগ্ৰ দেশতে ৭ৰ পৰা ৮ লাখ খুচুৰা ঔষধৰ দোকান বন্ধ থাকিব পাৰে বুলি ধাৰণা কৰা হৈছে, যাৰ ফলত কিছুমান অঞ্চলত সাময়িকভাৱে ঔষধ পোৱাত সাধাৰণ ৰাইজ অসুবিধাৰ সন্মুখীন হ’ব পাৰে।

এই পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনাইছে যে ধৰ্মঘট হ’লেও জৰুৰীকালীন ফাৰ্মাচীসমূহ খোলা থাকিব। ইয়াৰ ভিতৰত সকলো ডাঙৰ ফাৰ্মাচী চেইন, হাস্পতালৰ ভিতৰত থকা ফাৰ্মাচী, জন ঔষধি কেন্দ্ৰ আৰু অমৃত ফাৰ্মাচীসমূহ সম্পূৰ্ণৰূপে খোলা থাকিব। ইয়াৰ উপৰি কেইবাখনো ৰাজ্যৰ কেমিষ্ট আৰু ড্ৰাগিষ্ট সংগঠনে জনস্বাৰ্থৰ কথা চিন্তা কৰি নিজক এই ধৰ্মঘটৰ পৰা আঁতৰাই ৰাখিছে আৰু দোকান খোলা ৰখাৰ সিদ্ধান্ত লৈছে। গতিকে ধৰ্মঘটক কেন্দ্ৰ কৰি কিছু আশংকা সৃষ্টি হ’লেও চৰকাৰ আৰু বিভিন্ন ৰাজ্যিক সংগঠনৰ আশ্বাস অনুসৰি ঔষধৰ যোগান বন্ধ নহয় আৰু কোনো ডাঙৰ সংকটৰ সম্ভাৱনা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd