• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

DGP কাৰ্যালয়ত একপ্ৰকাৰ আত্মসমৰ্পণ পলাতক সঞ্জীত কৃষ্ণৰ : CID-এ গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা!

SI কেলেংকাৰীত জড়িত হৈ আত্মগোপন কৰি থকা সঞ্জীত কৃষ্ণ DGP কাৰ্যালয়ত উপস্থিত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 15, 2020 12:45 pm
index.jpga
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

SI কেলেংকাৰীত জড়িত বুলি প্ৰমাণিত হোৱাৰ পাছতে আত্মগোপন কৰি থকা সঞ্জীত কৃষ্ণ DGP কাৰ্যালয়ত উপস্থিত হোৱাৰ খবৰ আহিছে।

প্ৰায় ১২ বজাত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত।

Apply Now

সঞ্জীত কৃষ্ণৰ এয়া এক প্ৰকাৰ আত্ম সমৰ্পণ কৰা বুলি ক’ব পাৰি।

কালিৰে পৰা CID-এ বিচাৰি আছিল সঞ্জীত কৃষ্ণক। কিন্তু কোনো নিৰ্দিষ্ট ঠাইত থকাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰিব পৰা নাছিল।

CID-এ DGP কাৰ্যালয়ৰ পৰাই গ্ৰেপ্তাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

গ্ৰেপ্তাৰ কৰিলে পোনে পোনে কামৰূপ জিলা মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাব সঞ্জীতক।

ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ৰুবুল হাজৰিকা ওৰফে ৰুবুল আলিয়ে স্বীকাৰোক্তিত নাম লৈছিল সঞ্জীতৰ।

উল্লেখযোগ্য যে, সোমবাৰৰ পৰা CID কাৰ্যালয়ত জেৰা চলোৱা হৈছিল কৰিমগঞ্জৰ প্ৰাক্তন আৰক্ষী অধীক্ষক গৰাকীক।

CIDৰ উচ্চ পদস্ত বিষয়া আৰু আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান GP সিঙে পৃথকে পৃথকে সঞ্জীতক জেৰা চলাইছিল বুলি সূত্ৰত প্ৰকাশ পাইছিল।

সঞ্জীতৰ পৰা আৰক্ষীয়ে ইতিমধ্যে দুটাকৈ মোবাইল জব্দ কৰিছে বুলি জানিব পৰা গৈছে।

কিন্তু কালি দুপৰীয়াভাগৰ পৰা CID ৰে সংযোগ বিচ্ছিন্ন হয় সঞ্জীতৰ।

কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰাই প্ৰশ্ন কাকত ফাদিল হোৱা বুলি ইতিমধ্যে CIDৰ আগত অক্ষয় টেলি কমিউনিকেশ্যনৰ ৰুবুল হাজৰিকাই স্বীকাৰুক্তি দিছে বুলি সূত্ৰত প্ৰকাশ পাইছে।

অভিযোগ অনুসৰি ৪০ লাখ টকাৰ বিনিময়ত ৰুবুলক প্ৰশ্নকাকত ফটো মাৰি লোৱাৰ অনুমতি দিছিল সঞ্জীতে। সেই ফ’টো দিবন ডেকালৈ WHATSAPP যোগে ৰুবুল হাজৰিকাই প্ৰেৰণ কৰিছিল বুলিও খবৰ প্ৰকাশ পাইছে।

CID-এ সঞ্জীত কৃষ্ণৰ হাউচ গাৰ্ড, তিনি কনিষ্টবল, দত্ত উপাধিধাৰী কৰিমগঞ্জৰ ট্ৰেফিক SI ৰ স্বীকাৰোক্তি বা জবানবন্দী সঞ্জীতৰ বিৰুদ্ধে প্ৰমাণ হিচাপে দাখিল কৰিব বুলি সূত্ৰত প্ৰকাশ পাইছে।

উল্লেখ্য যে যোৱা ১১ অক্টোবৰত কুমাৰ সঞ্জিত কৃষ্ণক কৰিমগঞ্জৰ পৰা বৰপেটাৰ এফ আৰ আৰ অ’ৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰে। সূত্ৰ অনুসৰি, সঞ্জিত কৃষ্ণক শাস্তিমূলকভাৱে এই গুৰুত্বহীন পদটোলৈ বদলি কৰা হয়।

ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ সঞ্জীত কৃষ্ণ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm
বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

বেয়া ফৰ্মৰ অৰ্থ অৱসৰ নহয়, ৰোহিতৰ পক্ষ লৈ সমালোচকক উত্তৰ দিলে বেটিং প্ৰশিক্ষকে

July 17, 2026 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd