• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘ডিভাইড আছাম ফিফটি-ফিফটি’ৰ দাবীত কোকৰাঝাৰত বিশাল প্ৰতিবাদী সমদল

ছয় জনগোষ্ঠীক জনজাতিৰকৰণ কৰাৰো বিৰোধিতা প্ৰতিবাদকাৰীৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 21, 2019 7:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি শীঘ্ৰে পৃথক বড়োলেণ্ড গঠন, বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত কৰা, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰা, ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতা তথা কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত এবছু, এন ডি এফ বি(প্ৰ) আৰু পি জে চি বি এমৰ উদ্যোগত আজি কোকৰাঝাৰত এক বিশাল প্ৰতিবাদী সমদল উলিওৱা হয়।

প্ৰায় ৩০ হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰা এই সমদলটো কোকৰাঝাৰ সদৰ চহৰৰ নিকটৱৰ্তী জাংক্ৰিথাই পথাৰৰ পৰা আৰম্ভ হৈ সমগ্ৰ চহৰ পৰিভ্ৰমণ কৰি খাৰগাঁৱত অন্ত পৰে। এই কাৰ্যসূচীৰ পাছতে প্ৰতিবাদকাৰীসকলৰ উপস্থিতিত এখন জনসভা অনুষ্ঠিত হয়।

Apply Now

বড়োসকলৰ দীৰ্ঘদিনীয়া দাবী পৃথক বড়োলেণ্ডৰ সমস্যাটো সমাধান নকৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে এবছু সভাপতি প্ৰমোদ বড়োৱে। তেওঁ কয় যে পৃথক বড়োলেণ্ডৰ এই দাবী আজিৰ পৰা ৫০-৫২ বছৰ ধৰি চলি আহিছে। কিন্তু আমাৰ এই দাবী সমাধানৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰে।

তেওঁ লগতে ছয় জনগোষ্ঠীক জনজাতিকৰণ দিবলৈ ওলোৱা প্ৰসংগতো সৰৱ হৈ পৰা পৰিলক্ষিত হয়। এই প্ৰসংগত তেওঁ কয় যে পৃথক বড়োলেণ্ডৰ সমস্যাটো সমাধান কৰাৰ বিপৰীতে বিজেপি চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ ওলোৱা বিধেয়কখন অপ্ৰাসংগিক। যদিহে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হয় তেন্তে অসমৰ প্ৰকৃত জনজাতীয় লোকসকল সামাজিক, ৰাজনৈতিক তথা অৰ্থনৈতিকভাৱে বেয়াকৈ ক্ষতিগ্ৰস্ত হ’ব।

উল্লেখ্য যে বি টি এ ডিৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিবাদকাৰীসকলে আমাক বড়োলেণ্ড লাগে, বড়োলেণ্ড আমাৰ ন্যায্য দাবী, এই মাটি আমাৰ মাটি, কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক জনজাতিৰ মৰ্যাদা প্ৰদান কৰক, ডিভাইড আছাম ফিফটি-ফিফটি, নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, ছয় জনগোষ্ঠীক জনজাতিকৰণ নচলিব, অসম চৰকাৰ হুচিয়াৰ আদি শ্লোগানেৰে কোকৰাঝাৰৰ পৰিৱেশ উত্তাল কৰি তোলে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd