• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পৃথক বড়োলেণ্ডৰ দাবীত পুনৰ সৰৱ বি টি এ ডিৰ দল-সংগঠন

Rinoy Basumatary ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , December 24, 2018 7:45 pm

1 min read

Separate bodoland

ফটো : নৰ্থ-ইষ্ট নাও

138
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি বড়োলেণ্ডৰ কেইবাটাও দল-সংগঠনে পৃথক বড়োলেণ্ডৰ দাবীৰে পুনৰ উত্তাল কৰি তোলে কোকৰাঝাৰ। এবছু, এন ডি এফ বি (প্ৰগতিশীল) আৰু পিপলচ জয়ন্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেন্টৰৰ নেতৃত্বত চলা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

কোকৰাঝাৰৰ য়ু এন বি চিল্ড্ৰেন পাৰ্কত ৰাতিপুৱা ১০ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত কৰা তিনিঘণ্টীয়া ধৰ্না কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে বিভিন্ন দাবী উত্থাপন কৰাৰ লগতে পৃথক বড়োলেণ্ডৰ সমস্যাটো অতি শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে মূলতঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন, প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো সকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা তথা কাৰ্বি আংলং আৰু ডিমা হাচাওত বাস কৰা বড়োসকলক অনুসূচীত জনজাতি (পাৰ্বত্য) হিচাপে স্বীকৃতি প্ৰদানৰো দাবী উত্থাপন কৰে।

ইয়াৰ উপৰি প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰক মিথ্যাচাৰৰ দল বুলি আখ্যা দি কয় যে নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত বড়োলেণ্ডৰ প্ৰসংগতো শীঘ্ৰে সমাধান কৰিম বুলি কৈছিল কিন্তু এই বিষয়ত চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা পোৱা নাই সেয়ে আজি এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে।

Recent News

AASU-TORCH-750x375

‘কা’ৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ জোঁৰ সমদল, আক্ৰোশী আৰক্ষীৰ বৰ্বৰোচিত লাঠীচালনা

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

নাগ্ৰীজুলিত কুমাৰীকাটা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ উদ্যোগ ভিত্তিক সজাগতা সভা 

IMG-20210122-WA0004

নগাঁৱত অসম চৰকাৰৰ ‘স্বয়ম’ আঁচনি উদ্বোধন

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd