• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

No Entry with Jeans! জিন্স পেণ্ট পিন্ধাই দোষ! জিন্স পিন্ধাৰ বাবেই অভব্য আচৰণৰ বলি যুৱতী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 31, 2021 12:41 pm
Abuse of young woman for wearing jeans pants
2.6k
VIEWS
Share on FacebookShare on Twitter

No Entry with Jeans! বিশ্বনাথ চাৰিআলিত জিন্স পেন্ট পিন্ধাৰ বাবেই এগৰাকী মুছলমান যুৱতীক দুৰ্ব্যৱহাৰ কৰিছে এজন ইছলাম ধৰ্মী লোকে। আনকি জিন্স পেন্ট পিন্ধি যোৱাৰ বাবে নুৰুল আমিন নামৰ লোক জনে ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ে যুৱতী গৰাকীক।

উল্লেখ যে বিশ্বনাথ নগৰৰ দৈনিক বজাৰৰ সমিপৰ আয়োব খান নামৰ লোকজনৰ কন্যাই যোৱা ২৫ তাৰিখে ঘৰৰ কাষৰে ভাৰাতীয়া হিচাপে থকা নুৰুল আমিন নামৰ লোকজনৰ ঘৰৰ পৰা হেডফোন ক্ৰয় কৰিবলৈ গৈছিল।

কিন্তু যুৱতী গৰাকীয়ে হেডফোন ক্ৰয় কৰিবলৈ যোৱা মুহুৰ্তত জিন্স পেন্ট পৰিধান কৰাৰ বাবেই নুৰুল আমিন নামৰ লোকজনে যুৱতী গৰাকীক দুৰ্ব্যবহাৰ কৰাৰ লগতে যুৱতী গৰাকীক গতিয়াই ঘৰৰ পৰা উলিয়াই দিয়ে।

যুৱতী গৰাকীক নুৰুল আমিন নামৰ ব্যক্তিজনে “মোৰ ঘৰৰ সকলো মহিলাই বুৰ্খা পৰিধান কৰে,হিজাব পৰিধান কৰে।তুমি আমাৰ ঘৰত জিন্স পৰিধান কৰি আহিবলৈ সাহস ক’ত পালা বুলি” মন্তব্য কৰি যুৱতী গৰাকীক এনে দুৰ্ব্যবহাৰ কৰে।

আনহাতে যুবতী গৰাকীক এনে দুৰ্ব্যবহাৰ কৰাৰ সন্দৰ্ভত যুৱতী গৰাকীৰ পিতৃ আয়ুব খানে নুৰুল আমিনক প্ৰশ্ন কৰে।যাৰ বাবে নুৰুল আমিনৰ দুই পুত্ৰ ক্ৰমে ৰফিকুল ইছলাম আৰু ছহিদুল ইছলামে পৰবৰ্তী সময়ত ৰাস্তাত ধৰি আয়ুব খানক আক্ৰমণ কৰে।

আক্ৰমণৰ বলি হোৱা আয়ুব খানেবিশ্বনাথ সদৰ আৰক্ষী থানত এক এজাহাৰ দাখিল কৰে।যাৰ ভিত্তিত বিশ্বনাথ সদৰ থানাই নুৰুল আমিনৰ দুই পুত্ৰক আটক কৰে। আনফালে নুৰুল আমিন নামৰ লোকজনেও বিশ্বনাথ সদৰ আৰক্ষী থানাত আয়ুব খানৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে।

Recent News

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

কাৰ বাবে উন্নয়ন? বিকাশৰ সপোন দেখুৱা চৰকাৰৰ দ্বাৰা আজিও অবহেলিত চাহ শ্ৰমিক  

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

হাতী-মানুহৰ সংঘাতে চৰম পৰ্যায় পাইছে অসমত! ভয়ানক তথ্য পোহৰলৈ আহিছে প্ৰতিবেদনত

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

পৰীক্ষাগাৰত ড্ৰাগছ উৎপাদন! ১৩ কোটি টকাৰ ড্ৰাগছ বিক্ৰী কৰাৰ অপৰাধত গ্ৰেপ্তাৰ দুজন বিজ্ঞান শিক্ষক

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

আপুনি যেতিয়া মোক কুকুৰ বুলি কয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd