DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পাঠশালাত হিন্দু যুৱ ছাত্ৰ পৰিষদ আৰু এ বি ভি পিৰ উদ্যোগত বিজয় উৎসৱ পালন

শশাংক তালুকদাৰ by শশাংক তালুকদাৰ
February 27, 2019 7:27 am
পাঠশালাত এ বি ভি পিৰ বিজয় উৎসৱৰ আলোকচিত্ৰ

পাঠশালাত এ বি ভি পিৰ বিজয় উৎসৱৰ আলোকচিত্ৰ

330
VIEWS
Share on FacebookShare on Twitter

হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতি, অখিল ভাৰতী বিদ্যাৰ্থী পৰিষদ বজালী সমিতি, হিন্দু জাগৰণ মঞ্চ আৰু ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই মঙলবাৰে বৰপেটা জিলাৰ পাঠশালাত বিজয় উৎসৱ পালন কৰে।

ভাৰতীয় বায়ু সেনাবাহিনীয়ে পাকিস্তানৰ ভূমিত প্ৰবেশ কৰি তাত থকা সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত কৰা আক্ৰমণত  উৎফুল্লিতহৈ সংগঠনকেইটাই বিজয় উৎসৱ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ লগতে মোদী চৰকাৰক এই সাফল্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

বিজয় উৎসৱ কাৰ্য্যসূচীত উপস্থিত থাকে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ বৰপেটা জিলা সমিতিৰ উপ-সভাপতি হেমন্ত তালুকদাৰ, সম্পাদক হিমাংশু কাকতি,  ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অনুপ কলিতা, হিন্দু জাগৰণ মঞ্চৰ হিমাংশু ডেকা।

শতাধিক স্থানীয় ৰাইজ আৰু দলীয় কৰ্মচাৰীৰ উপস্থিতিত বন্তি প্ৰজ্বলন কাৰ্য্যসূচীৰে অনুষ্ঠানটো আৰম্ভ হয়। বিজয় উৎসৱত অংশলৈ হিন্দুত্ববাদী সংগঠনকেইটাৰ সদস্য সকলে ভাৰত মাতা কি জয়, ভাৰতীয় সেনা জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ আৰু পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে আকাশ-বতাহ কপাঁই তোলে।

Recent News

Durand Cup

আজিৰ পৰা আৰম্ভ হ’ব ডুৰাণ্ড কাপ: গুৱাহাটীত অনুষ্ঠিত হ’ব দহখন খেল

Guwahati

প্ৰেমৰ ভয়ংকৰ পৰিণতি নে অন্য কিবা! উত্তৰ গুৱাহাটীত যুৱতীক নৃশংস হত্যা

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd