• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বৰ আটাইতকৈ প্ৰাচীন মদৰ ভাটি উদ্ধাৰ, এবাৰত উৎপন্ন হৈছিল ২২,৪০০ লিটাৰৰো অধিক মদ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 15, 2021 7:58 pm

1 min read

বিশ্বৰ আটাইতকৈ প্ৰাচীন মদৰ ভাটি উদ্ধাৰ, এবাৰত উৎপন্ন হৈছিল ২২,৪০০ লিটাৰৰো অধিক মদ
306
VIEWS
Share on FacebookShare on Twitter

বিশ্বৰ সবাতোকৈ পুৰণি মদৰ ভাটিটো উদ্ধাৰ কৰা হৈছে। ইজিপ্টৰ আবিড’জ নামৰ মৰুভূমিখনত প্ৰত্নতাত্বিকসকলে খান্দ উলিওৱা মদৰ ভাটিটো প্ৰায় পাঁচ হেজাৰ বছৰৰ পুৰণি।

আমেৰিকা আৰু ইজিপ্টৰ প্ৰত্নতত্ববিদেৰে গঠিত এটা দলে উক্ত স্থানত ৪০টাকৈ মদ তৈয়াৰ কৰা পাত্ৰ আৱিষ্কাৰ কৰিছে।

ইজিপ্টৰ চুপ্ৰিম কাউন্সিল অৱ এণ্টিকুইটিয়ে জানিবলৈ দিয়া মতে মদৰ মহলটো ৰজা নাৰমিৰৰ শাসনকালত স্থাপিত হৈছিল, যাৰ বাবে “বিশ্বৰ আটাইতকৈ পুৰণা মদৰ ভাটি’’ হিচাপে তেওঁলোকে বিবেচনা কৰিছে।

প্ৰায় পাঁচ হাজাৰ বছৰ পূৰ্বে শাসন কৰা ৰজা নাৰমিৰে ইজিপ্টক একত্ৰিকৰণ কৰা বুলি থাৱৰ কৰা হয়।

প্ৰত্নতাত্বিকসকলৰ মতে মদৰ ভাটিটো ইজিপ্টৰ ৰাজকীয় পৰম্পৰা তথা অনুষ্ঠানৰ স’তে জড়িত।

তদুপৰি তেওঁলোকে পৰীক্ষা কৰি অনুমান কৰিছে যে মদৰ ভাটিটোত এবাৰত প্ৰায় ২২,৪০০ লিটাৰ মদ উৎপন্ন কৰা হৈছিল।

উল্লেখযোগ্য যে আবিড’জ হৈছে ইজিপ্টৰ এখনি প্ৰাচীন চহৰ আৰু অলেখ স্মশান আৰু প্ৰাচীন ধৰ্মীয় অনুষ্ঠানৰ বাবে পৰ্যটনৰ কেন্দ্ৰবিন্দু।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd