• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ এ চি এ আৰু বক্সাৰ অংকুশিতাই আগবঢ়ালে সাহায্য

এন ই নাও নিউজ by এন ই নাও নিউজ
April 7, 2020 11:36 am
Untitled
45.1k
VIEWS
Share on FacebookShare on Twitter

ভয়াবহ ৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ অসম ক্ৰিকেট সন্থাই ৰাজ্য চৰকাৰৰ অসম আৰোগ্য নিধি ফাণ্ডলৈ ৫০ লাখ টকা বৰঙণি আগবঢ়োৱাৰ কথা সদৰি কৰে।

আৰ্থিকভাৱে সহায় কৰাৰ পূৰ্বে অসম ক্ৰিকেট সন্থাই বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামখনক কোৱাৰেণ্টান শিবিৰ কৰিবলৈ ৰাজ্য চৰকাৰক সন্মতি প্ৰদান কৰিছিল।

সন্থাৰ সভাপতি আৰু সম্পাদকে এক বিবৃতিৰ জৰিয়তে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ লাখ আৰু অসম আৰোগ্য নিধিৰ বাবে ২৫ লাখ টকা প্ৰদান কৰাৰ কথা সদৰি কৰে।

আনহাতে অসমৰ প্ৰতিভাৱান মহিলা বক্সাৰ অংকুশিতা বড়োৱেও অসম চৰকাৰৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই ক’ৰ’না বিৰোধী যুঁজখনত সহায় আগবঢ়াইছে।

সোমবাৰে বক্সাৰ গৰাকীয়ে ৰাজ্য চৰকাৰৰ অসম আৰোগ্য নিধি সাহায্য পুঁজিলৈ ২০,০০১ টকা আগবঢ়াইছে।

উল্লেখ্য যে, ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য চৰকাৰে অসমৰ জনসাধাৰণক এই সাহায্য পুঁজিৰ জৰিয়তে সহায় আগবঢ়াবলৈ আহ্বান জনাইছিল।

ৰাজ্য চৰকাৰৰ এই আহ্বানৰ প্ৰতি সহাৰি জনাই এই পৰ্যন্ত ৰাজ্যখনৰ ৮ হাজাৰৰো অধিক লোকে আৰ্থিক সাহায্য আগবঢ়োৱা বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd