DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অ’মিক্ৰন চাব-ভেৰিয়েণ্টৰ প্ৰকোপত দিশহাৰা চীন; এদিনতে আক্ৰান্ত ৩কোটি ৭০ লাখ লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2022 12:51 pm
94
VIEWS
Share on FacebookShare on Twitter

মাৰাত্মক কৰোনাভাইৰাছে চীনত পুনৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। চলিত সপ্তাহত দেশখনত এদিনতে ৩কোটি ৭০ লাখ লোক কোভিড-১৯ ৰ দ্বাৰা সংক্ৰমিত হৈছে। এটা দিনতে সংক্ৰমণৰ ক্ষেত্ৰত এইটো এতিয়ালৈকে পৃথিৱীত এটা অভিলেখ। প্ৰায় প্ৰতিদিনে প্ৰায় ৫হাজাৰ লোকৰ মৃত্যু হৈছে। অ’মিক্ৰনৰ চাব-ভেৰিয়েন্ট বিএফ.৭-ৰ ফলতে চীনত নামি আহিছে এই দুৰ্যোগ।

চৰকাৰৰ মতে, সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বিমানবন্দৰত বিদেশী যাত্ৰীৰ পৰীক্ষা কৰা হ’ব। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি জিনপিঙে কৰোনাৰ বিষয়ে সতৰ্ক হোৱাৰ সম্পৰ্কত বৈঠকত বহিবলৈ আগবাঢ়িছে।

লগতে পঢ়ক: দিছপুৰৰ পৃষ্ঠপোষকতাতে চলিছে কয়লাৰ বৃহৎ চিণ্ডিকেট; অসম জাতীয় পৰিষদৰ বিস্ফোৰক অভিযোগ

কৰোনাভাইৰাছৰ ওপৰত চীনৰ চৰকাৰী প্ৰতিবেদন সম্পূৰ্ণৰূপে মিছা বুলি প্ৰমাণিত হৈছে। চীনৰ মতে, এতিয়ালৈকে দেশখনত এদিনত সৰ্বাধিক ৩হাজাৰ ৪৯টা  কৰোনা আক্ৰান্তৰ ঘটনা ঘছে। যোৱা দুদিনত জিনপিঙৰ দেশখনত কৰোনাত কাৰো মৃত্যু হোৱা নাই।

কিন্তু প্ৰকৃত ছবি ই সম্পূৰ্ণ বিপৰীত। বেইজিঙৰ ছাংহাইৰ চিকিৎসালয়সমূহ ৰোগীৰে ভৰি পৰিছে। লাখ লাখ মানুহে চিকিৎসালয়ত বিচনা আৰু তেজৰ বাবে হাহাকাৰ কৰি আছে। অন্ত্যেষ্টিক্ৰিয়াৰ স্থানত মৃতদেহ সৎকাৰ কৰিবলৈ দীঘলীয়া শাৰী হৈছে।

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, বুধবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ এখন বৈঠকৰ পিছত বেইজিঙৰ এজন শীৰ্ষ স্বাস্থ্য বিষয়াৰ জৰিয়তে ৩কোটি ৭০ লাখ লোক সংক্ৰমিত হোৱাৰ খবৰ পোৱা গৈছে। মঙলবাৰে অভিলেখ সংখ্যক ঘটনাৰ খবৰ পোৱা গৈছে।

আশ্চৰ্যজনক কথাটো হ’ল যে ২০ ডিচেম্বৰলৈকে চীনত প্ৰায় ২৪ কোটি ৮০ লাখ লোক কৰোনাৰ নতুন ঢৌত আক্ৰান্ত হৈছে। চীনৰ চৰকাৰে শূন্য-কোভিড নীতি বাতিল কৰাৰ পিছত সমগ্ৰ দেশখনতে সংক্ৰমিত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। দেশখনৰ বিভিন্ন চিকিৎসালয়সমূহত ৰোগীৰ ভিৰ বৃদ্ধি পোৱাৰ ফলত স্বাস্থ্য ব্যৱস্থাও ভাঙি পৰাৰ পথত। 

লগতে পঢ়ক: শোভৰাজক ফ্ৰান্সলৈ প্ৰেৰণ কৰিলে নেপালে; ‘চিৰিয়েল কিলাৰ’ৰ ওপৰত ১০ বছৰৰ নিষেধাজ্ঞা

কৰোনাভাইৰাছ তিনি বছৰ পূৰ্বে চীনত প্ৰথম বিয়পি পৰিছিল। যোৱা কেইমাহমানত কৰোনাৰ নতুন ভেৰিয়েন্টৰ আধিপত্যৰ বাবে কেইবাটাও ক্ষেত্ৰত সংক্ৰমণ বৃদ্ধি পাইছে। বিজ্ঞানীসকলে তেতিয়া দাবী কৰিছিল যে অহা কেইমাহমানৰ ভিতৰত লাখ লাখ চীনা নাগৰিক কৰোনাৰ দ্বাৰা সংক্ৰমিত হ’ব আৰু লাখ লাখ লোকৰ মৃত্যু হ’ব। স্বাভাৱিকতে সমগ্ৰ বিশ্বতে কৰোনাৰ নতুন ঢৌক লৈ আতংক বৃদ্ধি পাইছে।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd