DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শোভৰাজক ফ্ৰান্সলৈ প্ৰেৰণ কৰিলে নেপালে; ‘চিৰিয়েল কিলাৰ’ৰ ওপৰত ১০ বছৰৰ নিষেধাজ্ঞা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 24, 2022 9:28 am
নেপাল এৰাৰ সময়ত চাৰ্লছ শোভৰাজ।

নেপাল এৰাৰ সময়ত চাৰ্লছ শোভৰাজ।

99
VIEWS
Share on FacebookShare on Twitter

প্ৰায় দুটা দশকৰ পিছত নেপাল প্ৰশাসনে কাৰাগাৰৰ পৰা মুকলি হোৱা ‘চিৰিয়েল কিলাৰ’ চাৰ্লছ শোভৰাজক তেওঁৰ গৃহ দেশ ফ্ৰান্সলৈ পঠিয়ালে। ইতিমধ্যে শ্বেৰ বাহাদুৰ দেউবা প্ৰশাসনে তেওঁক পৰৱৰ্তী ১০ বছৰৰ বাবে নেপালত প্ৰৱেশ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

শোভৰাজক নেপালৰ গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলে শুকুৰবাৰে কাঠমাণ্ডু বিমানবন্দৰৰ পৰা দোহা হৈ পেৰিছলৈ যোৱা বিমানত তুলই দিয়ে। শনিবাৰে তেওঁ পেৰিছত অৱতৰণ কৰাৰ কথা।

লগতে পঢ়ক: দেশৰ প্ৰথম মুছলমান মহিলা যুঁজাৰু পাইলট হিচাপে ইতিহাস গঢ়িবলৈ আগবাঢ়িছে ছানিয়া মিৰ্জা!

নেপালৰ সৰ্বোচ্চ ন্যায়ালয়ে ১৯৭০ ৰ দশকত একাধিক হত্যা, ধৰ্ষণ আৰু ডকাইতিৰ বাবে দোষী সাব্যস্ত শোভৰাজৰ মুক্তিৰ আবেদনৰ সঁহাৰি দিছিল। শীৰ্ষ ন্যায়ালয়ৰ মতে ৭৮ বছৰীয়া অপৰাধীজনক স্বাস্থ্যজনিত কাৰণত আৰু লগতে কাৰাগাৰত থাকোতে তেওঁৰ ভাল আচৰণৰ বাবে মুক্তি দিয়া হৈছে।

শোভৰাজক বুধবাৰে কাঠমাণ্ডুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছিল।ঘৰলৈ উভতি যোৱাৰ সময়ত শোভৰাজে দাবী কৰে যে তেওঁক অন্যায়ভাৱে “চিৰিয়েল কিলাৰ” বুলি কোৱা হৈছে।

শুকুৰবাৰে তেওঁ সংবাদ মাধ্যমৰ আগত কয়, “আৰু বহুত কৰিব লগা আছে। বহুতৰ বিৰুদ্ধে গোচৰ তৰিব লাগিব। নেপাল চৰকাৰৰ বিৰুদ্ধে আইনী যুঁজত যাম।‘’

ইপিনে, নেপালৰ গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব তথা মুখপাত্ৰ ফনিন্দ্ৰ মণি পোখৰেলে স্থানীয় সংবাদ মাধ্যমক জনায় দেশখনৰ গৃহ মন্ত্ৰালয়ে পৰৱৰ্তী এক দশকৰ বাবে শোভৰাজৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd